প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পাকিস্তানত বিমান দূৰ্ঘটনাত নিহত হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
22 MAY 2020 7:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানত বিমান দূৰ্ঘটনাত নিহত হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘পাকিস্তানত বিমান দূৰ্ঘটনাত নিহত হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছো৷ শোকসন্তপ্ত পৰিয়াললৈ আমাৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷’’
***
VRRK/SH/MANN
(ৰিলিজ আই ডি : 1626332)
অতিথি কক্ষ : 240
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam