গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

‘লকডাউন’ৰ সময়চোৱাত ‘এফচিআই’-য়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত বিতৰণ কৰিছে ১৬০ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী

‘এনএফএছএ’ আৰু ‘পিএমজিকেএওৱাই’ আঁচনিৰ অধীনত বিতৰণৰ বাবে পৰ্যাপ্ত পৰিমাণে মজুত আছে সামগ্ৰীৰ ভাণ্ডাৰ

प्रविष्टि तिथि: 13 MAY 2020 3:57PM by PIB Guwahati

লকডাউনৰ সময়চোৱাত সমগ্ৰ দেশ জুৰি নিৰবিচ্ছিন্ন ভাবে চাউল আৰু আটাৰ যোগানৰ নিশ্চিতি প্ৰদান কৰিছে ভাৰতীয় খাদ্য নিগম(এফচিআই)য়ে। এই মুহূৰ্তত চৰকাৰ তথা এফচিআই-য়ে কেৱল ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন(এনএফএছএ)ৰ অধীনত হিতাধিকাৰীসকললৈ প্ৰতিমাহে ৫কিলোগ্ৰামকৈ বিতৰণ কৰিব লগা খাদ্য সামগ্ৰীয়েই নহয়, বৰং প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা(পিএমজিকেএওৱাই)ৰ অধীনত অতিৰিক্ত ভাবে বিতৰণ কৰিব খোজা প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে ৫কিলোগ্ৰামকৈ খাদ্য সামগ্ৰীও মুঠ ৮১.৩৫কোটি ব্যক্তিলৈ মোকলাই দিয়াৰ ব্যৱস্থা কৰিছে।

দেশৰ চাহিদা পূৰণ কৰিব পৰাকৈ এফচিআই-ৰ হাতত পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী মজুত আছে বুলি তথ্য নিশ্চিত কৰা হৈছে। চৰকাৰী প্ৰতিষ্ঠানটোৰ হাতত ১ মে, ২০২০ত জমা থকা মুঠ খাদ্য সামগ্ৰীৰ পৰিমাণ হল ৬৪২.৭লাখ মেট্ৰিক টন। ইয়াৰে চাউল হল ২৮৫.০৩লাখ মেট্ৰিক টন আৰু আটা ৩৫৭.৭ লাখ মেট্ৰিক টন। বিভিন্ন আঁচনিৰ অধীনত বিতৰণৰ বাবে ১২মে, ২০২০ পৰ্যন্ত নিগমে মোকলাই দিয়া খাদ্য সামগ্ৰীৰ পৰিমাণ হল ১৫৯.৩৬লাখ মেট্ৰিক টন। এই সময় চোৱাত ৰাজ্যসমূহে এনএফএছএ-ৰ অধীনত ৬০.৮৭ লাখ মেট্ৰিক টন সামগ্ৰী নিগমৰ ভড়ালসমূহৰ পৰা চমজি লৈছে। এই পৰিমাণ মাহেকৰ মুঠ প্ৰয়োজনীয়তাৰ প্ৰায় আধাৰ সমান। সেইদৰে এইচোৱা সময়ত পিএমজিকেএওৱাই-ৰ অধীনত মোকলাই নিয়া সামগ্ৰীৰ পৰিমাণ হল ৭৯.৭৪লাখ মেট্ৰিক টন। উল্লেখ্য যে, আঁচনিখনৰ অধীনত বিতৰণৰ বাবে মোকলাই দিয়া সামগ্ৰীৰ মুঠ পৰিমাণ আছিল ১২০লাখ মেট্ৰিক টন। এই পৰিমাণ আকৌ দুটামাহৰ আৱণ্টনৰ সমান।

লকডাউন-ৰ সময়চোৱা(২৫-০৩-২০২০ ৰ পৰা ১২-০৫-২০২০লৈ)ত ৰাজ্যসমূহে এনএফএছএ আৰু পিএমজিকেএওৱাই-ৰ বিপৰীতে মোকলাই নিয়া সামগ্ৰীৰ বিস্তৃত তথ্য তালিকা :

 

 

 

 

12.05.2020 ত স্থিতি          লাখ মেট্ৰিক টন হিচাপত

ৰাজ্য

আটা

চাউল

সৰ্ব

মুঠ

এনএফএছএ

পিএমজিকেএওৱাই

মুঠ

এনএফএছএ

পিএমজিকেএওৱাই

Total

বিহাৰ

2.74

0.00

2.74

0.92

7.03

7.95

10.69

ঝাৰখণ্ড

0.32

0.00

0.32

2.55

2.86

5.41

5.73

ওড়িশা

0.72

0.00

0.72

4.92

4.65

9.57

10.30

পশ্চিম বংগ

3.41

0.00

3.41

1.34

5.70

7.04

10.46

এসম

0.07

0.00

0.07

1.78

2.34

4.13

4.20

ৰাজস্থান

3.77

5.63

9.41

0.00

0.00

0.00

9.41

উত্তৰ প্ৰদেশ

6.29

0.00

6.29

5.17

14.14

19.31

25.60

কৰ্ণাটক

0.00

0.00

0.00

2.70

5.33

8.03

8.03

গুজৰাট

1.87

2.05

3.92

0.72

0.99

1.71

5.63

মহাৰাষ্ট্ৰ

3.15

0.00

3.15

1.35

4.62

5.97

9.12

মধ্য প্ৰদেশ

2.20

0.00

2.20

1.17

4.46

5.63

7.83

চত্তিশগড়

0.00

0.00

0.00

3.15

2.00

5.15

5.15

ছিক্কিম

0.01

0.00

0.01

0.06

0.05

0.11

0.11

অৰুণাচল প্ৰদেশ

0.00

0.00

0.00

0.13

0.12

0.24

0.24

ত্ৰিপুৰা

0.03

0.00

0.03

0.30

0.27

0.56

0.60

মণিপুৰ

0.00

0.00

0.00

0.17

0.15

0.33

0.33

নাগালেণ্ড

0.00

0.00

0.00

0.20

0.13

0.33

0.33

মিজোৰাম

0.00

0.00

0.00

0.09

0.10

0.19

0.19

মেঘালয়

0.03

0.00

0.03

0.21

0.32

0.52

0.55

দিল্লী

0.60

0.28

0.89

0.18

0.07

0.25

1.13

হাৰিয়াণা

0.89

1.06

1.95

0.00

0.00

0.00

1.95

হিমাচল প্ৰদেশ

0.39

0.00

0.39

0.20

0.41

0.61

1.00

জম্মু-কাশ্মীৰ

0.36

0.00

0.36

0.82

1.01

1.83

2.19

লাডাখ

0.01

0.00

0.01

0.02

0.02

0.04

0.05

পাঞ্জাৱ

0.00

1.02

1.02

0.00

0.00

0.00

1.02

চণ্ডীগড়

0.00

0.04

0.04

0.00

0.00

0.00

0.04

উত্তৰাখণ্ড

0.40

0.00

0.40

0.00

0.61

0.61

1.01

অন্ধ্ৰ প্ৰদেশ

0.00

0.00

0.00

1.54

3.58

5.12

5.12

তেলেংগাণা

0.02

0.00

0.02

1.08

2.19

3.28

3.30

কেৰালা

0.42

0.00

0.42

1.52

1.73

3.25

3.67

তামিল নাডু

0.24

0.00

0.24

0.48

4.56

5.04

5.28

পণ্ডীচেৰী

0.00

0.00

0.00

0.00

0.09

0.09

0.09

আন্দামান নিকোবৰ

0.02

0.00

0.02

0.04

0.01

0.05

0.06

লাক্ষাদ্বীপ

0.00

0.00

0.00

0.01

0.00

0.01

0.01

 

*****

APS/PK/MS/BA/KB


(रिलीज़ आईडी: 1623763) आगंतुक पटल : 272
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Odia , Tamil , Telugu , Kannada