পোষ্ট কৰা হৈছে:
08 MAY 2020 2:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয়, “জয়ন্তী উপলক্ষে গুৰুদেৱ ঠাকুৰলৈ শ্ৰদ্ধাঞ্জলি জনাইছো৷ বিভিন্ন ক্ষেত্ৰলৈ উপহাৰ দিয়া গুৰুদেৱে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতিও শক্তিশালী অৱদান আগবঢ়াইছিল৷ তেওঁৰ চিন্তাধাৰাৰ স্পষ্টবাদীতা আৰু প্ৰকাশভংগী সদায়েই অনবদ্য আছিল৷”
***
VRRK/SH/DB