প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 08 MAY 2020 2:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, জয়ন্তী উপলক্ষে গুৰুদেৱ ঠাকুৰলৈ শ্ৰদ্ধাঞ্জলি জনাইছো৷ বিভিন্ন ক্ষেত্ৰলৈ উপহাৰ দিয়া গুৰুদেৱে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতিও শক্তিশালী অৱদান আগবঢ়াইছিল৷ তেওঁৰ চিন্তাধাৰাৰ স্পষ্টবাদীতা আৰু প্ৰকাশভংগী সদায়েই অনবদ্য আছিল৷

***

VRRK/SH/DB


(रिलीज़ आईडी: 1622126) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam