বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ পদক্ষেপ, বৃদ্ধি কৰা হৈছে প্ৰাকৃতিক প্ৰতিৰক্ষা

(চিএছআইআৰ)য়ে Sepsivac® শীৰ্ষক এক ৰোগ প্ৰতিৰোধক মডিউলেটৰ বিকশিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ দ্বাৰা ক’ভিড-১৯ক সীমাৱদ্ধ কৰি ৰাখিবলৈ শৰীৰত সহজাত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হ’ব আৰু ক’ভিড-১৯ৰ ৰোগীয়ে দ্ৰুত গতিত আৰোগ্য লাভ কৰিব

ড্ৰাগছ্ কণ্ট্ৰ’লাৰ জেনেৰেল অব্ ইণ্ডিয়া (ডিচিজিআই)য়ে অনুমোদন জনাইছে নতুন ক্লিনিকেল ট্ৰায়েলৰ

ক’ভিড-১৯ত গুৰুতৰভাৱে আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ ঔষধৰ দক্ষতা বৃদ্ধিৰ মূল্যায়নৰ বাবে শেহতীয়াকৈ ঘোষণা কৰা ট্ৰায়েলৰ সৈতে এই নতুন দুয়োটা ক্লিনিকেল ট্ৰায়েল সংবদ্ধ হ’ব

Posted On: 23 APR 2020 3:18PM by PIB Guwahati

ভিড-১৯ আৰু অন্যান্য ভাইৰেল সংক্ৰমণসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰোধাত্মক ক্ষমতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সমগ্ৰ বিশ্বই কভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে ভেকচিন বিকশিত কৰিবলৈ উঠি-পৰি লগাৰ মুহূৰ্ততে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে (চিএছআইআৰ)Sepsivac® শীৰ্ষক এক ৰোগ প্ৰতিৰোধক মডিউলেটৰ বিকশিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ দ্বাৰা ভিড-১৯ক সীমাৱদ্ধ কৰি ৰাখিবলৈ শৰীৰত সহজাত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি আৰু ভিড-১৯ৰ ৰোগীয়ে দ্ৰুত গতিত আৰোগ্য লাভ কৰিব৷

এই নতুন ক্লিনিকেল ট্ৰায়েলক অনুমোদন জনাইছে ড্ৰাগছ্ কণ্ট্ৰলাৰ জেনেৰেল অব্ ইণ্ডিয়াই (ডিচিজিআই) ভিড-১৯ত গুৰুতৰভাৱে আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ ঔষধৰ দক্ষতা বৃদ্ধিৰ মূল্যায়নৰ বাবে শেহতীয়াকৈ ঘোষণা কৰা ট্ৰায়েলৰ সৈতে এই নতুন দুয়োটা ক্লিনিকেল ট্ৰায়েল সংবদ্ধ ব৷

****

KGS/(CSIR release)/MANN



(Release ID: 1617506) Visitor Counter : 194