অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

দেশৰ সকলো লোকৰ বাবে অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী যোগান ধৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰ আৰু অসামৰিক বিমান উদ্যোগ

উত্তৰ-পূব আৰু দুৰ্গম অঞ্চলত ধাৰাবাহিকভাৱে সামগ্ৰী যোগান ধৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে ক’ভিড যোদ্ধাসকলে

Posted On: 14 APR 2020 7:47PM by PIB Guwahati

কেন্দ্রীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় আৰু বিমান পৰিবহন সংস্থাসমূহে ভিড-১৯ৰ বিৰুদ্ধে যুঁজত দেশ-বিদেশৰ লোকসকলৰ বাবে মালবাহী বিমানৰ জৰিয়তে প্ৰয়োজনীয় ঔষধ যোগান ধৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷ "লাইফ লাইন উড়ান" বিমান চলাচলৰ জৰিয়তে দেশৰ দুৰ্গম অঞ্চলত ঔষধ যোগানৰ কাম চলাই গৈছে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে৷ বৰ্তমানলৈকে "লাইফ লাইন উড়ান" অধীনত ২২৭খন বিমান চলাচল কৰা হৈছে৷ ইয়াৰ ভিতৰত এয়াৰ ইণ্ডিয়াৰ ৭২, অন্যান্য বিমান পৰিবহন সংস্থাৰ ৬৬, ভাৰতীয় বায়ুসেনাৰ ৮১, ইণ্ডিগ আৰু স্পাইচজেটৰ ২খন বিমান আছে। এয়াৰ ইণ্ডিয়া আৰু সহযোগী বিমানে বৰ্তমানলৈকে ৪০৭.৪০ টন সামগ্ৰী সৰবৰাহ কৰা হৈছে। "লাইফ লাইন উড়ান" অধীনত পৰিচালিত বিভিন্ন বিমানে ,২০,১২৯ কিলোমিটাৰ দৈর্ঘ পথ অতিক্ৰম কৰিছে৷

 

মুঠ কিলোমিটাৰ সামৰি লোৱা

,২০,১২৯কিঃমিঃ

১২.০৪.২০২০ বোজাই কৰা কাৰ্গ

২৯.৯০ টন

১২.০৪.২০২০লৈকে সৰবৰাহ কৰা মুঠ কাৰ্গ

৩৭৭.৫০+২৯.৯০= ৪০৭.৪০ টন

 

লাইফ লাইন উড়ান অধীনত তাৰিখভিত্তিক বিমান চালনাঃ

নং

তাৰিখ

এয়াৰ ইণ্ডিয়া

সহযোগী

আইএফ

ইণ্ডিগ

স্পাইচজেট

মুঠ

২৬..২০২০

-

-

-

২৭..২০২০

-

-

১৪

২৮..২০২০

-

-

১৮

২৯..২০২০

-

-

১৯

৩০..২০২০

-

-

-

৩১..২০২০

-

-

১২

০১..২০২০

-

-

১০

০২..২০২০

-

-

১২

০৩..২০২০

-

-

-

১০

১০

০৪..২০২০

-

-

১১

০৫..২০২০

-

-

১৬

-

-

১৬

১২

০৬..২০২০

১৩

-

-

-

১৩

০৭..২০২০

-

-

১৪

০৮..২০২০

-

-

-

১৫

০৯..২০২০

-

-

১৩

১৬

১০..২০২০

-

-

১৭

১১..২০২০

১৮

-

-

২৭

১৮

১২..২০২০

-

-

-

১৯

১৩..২০২০

 

 

 

মুঠ

৭২

৬৬

৮১

২২৭

 

পৱন হংস হেলিকপ্টাৰৰ জৰিয়তে জম্মু আৰু কাশ্মীৰ, লাদাখ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰয়োজনীয় ঔষধ যোগান ধৰা হৈছে৷ দেশৰ অভ্যন্তৰত লাইফ লাইন উড়ান জৰিয়তে ঔষধৰ লগতে ৰাজ্যসমূহত চাহিদা অনুযায়ী চিকিসা সঁজুলি, ব্যক্তিগত সুৰক্ষা সঁজুলি(পিপিই), পৰীক্ষা কিট, মাস্ক, গ্লভছ, ডাক পেকেট সৰবৰাহ কৰা হৈছে৷

 

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিমান চালনা

এয়াৰ ইণ্ডিয়াই ১৩ এপ্রিলত মুম্বাই আৰু লণ্ডনৰ মাজত প্ৰথম বিমান চলাচল কৰে৷ বিমানখনে ভাৰতৰ পৰা ২৮.৯৫ টন ফল আৰু শাক-পাচলি লণ্ডনলৈ নিয়াৰ বিপৰীতে দেশখনৰ পৰা ১৫. টন সাধাৰণ সামগ্রী কঢ়িয়াই আনে৷ দক্ষিণ এছিয়াৰ ভিতৰত কলম্বোলৈ এয়াৰ ইণ্ডিয়াই ৭ এপ্রিলত প্রায় টন আৰু এপ্রিল টন সামগ্ৰী সৰবৰাহ কৰিছে৷

 

ক্ নং

তাৰিখ

পৰা

পৰিমাণ(টন)

০৪..২০২০

ছাংহাই

২১

০৭..২০২০

হংকং

০৯..২০২০

ছাংহাই

২২

১০..২০২০

ছাংহাই

১৮

১১..২০২০

ছাংহাই

১৮

১২..২০২০

ছাংহাই

২৪

 

 

মুঠ

১০৯

 

দেশৰ অভ্যন্তৰত সামগ্ৰী সৰবৰাহ কৰাৰ ক্ষেত্ৰত স্পাইচজেট, ব্লু ডার্ট আৰু ইণ্ডিগ বাণিজ্যিক ভিত্তিত সামগ্ৰী পৰিবাহী বিমান সেৱাৰ কাম কৰিছে। তদুপৰি, চৰকাৰৰ বাবে বিনামূলীয়া চিকিসা সামগ্রীও সৰবৰাহৰ কামো কৰিছে।

স্পাইচজেটে পৰিবহণ কৰা ঘৰুৱা কাৰ্গ (১৩.০৪.২০২০ )

তাৰিখ

বিমানৰ সংখ্যা

টন

কিলোমিটাৰ

১৩-০৪-২০২০

১০

১১১.১৪

,৯০০

 

স্পাইচজেটৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় কাৰ্গ ( ১৩.০৪.২০২০ )

তাৰিখ

বিমানৰ সংখ্যা

টন

কিলোমিটাৰ

১৩-০৪-২০২০

৫৫.৮৬

১৩,৭০৬

 

ব্লু ডাৰ্টৰ কাৰ্গপৰিবহণ (১৩.০৪.২০২০ )

তাৰিখ

বিমানৰ সংখ্যা

টন

কিলোমিটাৰ

১৩-০৪-২০২০

১০

১৫৬.৪০

,৯৬৭.২৫

 

*****

RJ/NG/DB



(Release ID: 1615655) Visitor Counter : 132