অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ব্যক্তিগত বিমান পৰিবহণ সংস্থাই কঢ়িওৱা আভ্যন্তৰীণ চিকিত্সা সামগ্ৰীৰ পৰিমাণ প্ৰায় ২৬৭৫ টন

অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰীৰ পৰিবহণৰ বাবে ১৮০ ‘লাইফলাইন উড়ান’ বিমানে সম্পূৰ্ণ কৰিলে ১,৬৬,০০০ৰৰো অধিক দূৰত্বৰ পথ পৰিক্ৰমা

Posted On: 10 APR 2020 5:34PM by PIB Guwahati

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বলবত্ কৰা লক ডাউনৰ সময়চোৱাত দেশৰ বিভিন্ন প্ৰান্তলৈ চিকিত্সা সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে লাইফলাইন উড়ানৰ অধীনত ১৮০খন বিমানে সেৱা আগবঢ়াই আহিছে। এইসমূহ বিমানৰ ১১৪খন এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰ-ৰ বিপৰীতে ৫৮খন বিমান চলাইছে ভাৰতীয় বায়ুসেনা বাহিনীয়ে।

 

মুঠ অতিক্ৰান্ত পথৰ দৈৰ্ঘ্য

 

1,66,076 কিলোমিটাৰ

09.04.2020 ত পৰিবহণ কৰা সামগ্ৰীৰ

পৰিমাণ

 

10.22 টন

09.04.2020 পৰ্যন্ত  পৰিবহণ কৰা সামগ্ৰীৰ

পৰিমাণ

248.02 + 10.22 = 258.24 টন

 

আভ্যন্তৰীণ কাৰ্গো বিমান- ব্লু ডাৰ্ট, স্পাইচ জেট আৰু ইণ্ডিগোৱে বাণিজ্যক ভিত্তিত কিছু সংখ্যক কাৰ্গো বিমান চলাই আছে। স্পাইচ জেটে ২৪১খন কাৰ্গো বিমানৰ জৰিয়তে ৩,২৯,৮৮৬কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ১৯৯৩টন সামগ্ৰীৰ পৰিবহণ কৰিছে। ইয়াৰে ১৭৫খন আভ্যন্তৰীণ কাৰ্গো বিমানে ১৪০১টন পৰিমাণৰ সামগ্ৰী পৰিবহণ কৰে।। সেইদৰে, ব্লু ডাৰ্টে ৮২খন আভ্যন্তৰীণ কাৰ্গো বিমানৰ জৰিয়তে ৭৯,৯১৬কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ১,২৭০টন সামগ্ৰীৰ পৰিবহণ কৰিছে। ইয়াৰ বিপৰীতে, ইণ্ডিগোৱে ১৫খন কাৰ্গো বিমানৰ জৰিয়তে ১২,২০৬কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ৪.৩৭টন সামগ্ৰীৰ পৰিবহণ কৰিছে।

ইফালে, পৱন হংস লিমিটেডে ৮এপ্ৰিল, ২০২০ পৰ্যন্ত ৫ কাৰ্গো বিমানেৰে ১.০৭টন পৰিমাণৰ অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী গুৱাহাটী, আগৰতালা, কিশ্বৰ, নৱপাচী, শ্ৰীনগৰ, জম্মু(জে এণ্ডকে), নাগপুৰ, ঔৰংগাবাদ আদিলৈ কঢ়িয়াই নিয়ে। এইখিনি সময়ত এইকেইখন বিমানে ৩৫৬১কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ-পৰিক্ৰমা সম্পূৰ্ণ কৰিব লগা হয়।

 

তাৰিখ

এয়াৰ ইণ্ডিয়া

এলায়েন্স

আইএএফ

মুঠ বিমান

09.4.2020

04

08

01

13

 

*এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনা বাহিনীয়ে সহযোগিতাৰে লাডাখ, কাৰ্গিল, ডিমাপুৰ, ইম্ফল, গুৱাহাটী, চেন্নাই, আহমেদাবাদ, জম্মু, লেহ, শ্ৰীনগৰ, চণ্ডীগড় আৰু পোৰ্ট ব্লেয়াৰ আদিলৈ কাৰ্গো বিমানৰ সেৱা অব্যাহত ৰাখিছে।

 

আন্তঃৰাষ্ট্ৰীয়

ছাংহাই আৰু দিল্লীৰ মাজত এক বায়ু-সেঁতু স্থাপন কৰা হৈছে। যোৱা ৯ এপ্ৰিল, ২০২০ তাৰিখে এয়াৰ ইণ্ডিয়াৰ বিমানে ছাংহাইৰ পৰা ২১.৭৭টন পৰিমাণৰ চিকিত্সা সামগ্ৰী তথা উপকৰণ কঢ়িয়াই আনে। এয়াৰ ইণ্ডিয়াই অন্যান্য একাংশ দেশৰ পৰাও কেৱল অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী কঢ়িওৱাৰ বাবে কিছুসংখ্যক বিমান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

স্পাইচ জেটৰ কাৰ্গো বিমান (09.4.2020)

তাৰিখ

বিমানৰ

সংখ্যা

সামগ্ৰীৰ

পৰিমাণ

কিলোমিটাৰ

09-04-2020

16

133.80

16,795

স্পাইচ জেটৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান ( 09.4.2020)

তাৰিখ

বিমানৰ

সংখ্যা

সামগ্ৰীৰ

পৰিমাণ

কিলোমিটাৰ

09-04-2020

5

53.77

13,316

 

ব্লু ডাৰ্টৰ কাৰ্গো বিমান ( 09.4.2020)

তাৰিখ

বিমানৰ

সংখ্যা

সামগ্ৰীৰ

পৰিমাণ

কিলোমিটাৰ

09-04-2020

12

195.100

12,642.65

 

****

RJ/NG/KB



(Release ID: 1613162) Visitor Counter : 103