সাংস্কৃতিক মন্ত্ৰালয়

১৫.০৬.২০২০ তাৰিখলৈ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব জালিয়ানাৱালাবাগৰ স্মৃতি সৌধ

ক’ভিড-১৯ সংকটৰ বাবে স্তব্ধ হৈ আছে পুনৰ নিৰ্মাণৰ কাম

प्रविष्टि तिथि: 10 APR 2020 2:50PM by PIB Guwahati

১৩.০৪.২০১৯ তাৰিখৰ পৰা ১৩.০৪.২০২০ তাৰিখলৈ জালিয়ানাৱালাবাগ কাণ্ডৰ শতবৰ্ষ উদযাপন হিচাপে পালন কৰা হৈছে৷ বৰ্তমানে এই স্মৃতি সৌধৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে৷ এই পুনৰ নিৰ্মাণৰ কাম যোৱা মাৰ্চ মাহত সম্পূৰ্ণ হৈ ১৩ এপ্ৰিল তাৰিখে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ কথা আছিল৷ কিন্তু চলিত মহামাৰীৰ সংকটৰ পৰিপ্ৰেক্ষিতত এই স্মৃতি সৌধ দৰ্শনাৰ্থীৰ বাবে ১৫.০৬.২০২০ তাৰিখলৈ বন্ধ থাকিব৷

 

*******

NB/AKJ/OA/MANN


(रिलीज़ आईडी: 1612930) आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , Telugu , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Gujarati , Odia , Tamil , Kannada , Malayalam