কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়
ক’ভিড-১৯ মহামাৰীক প্ৰতিৰোধ কৰিবলৈ পিএম কেয়াৰ্ছ পুঁজিলৈ ২৮.৮০ কোটি টকা দান কৰিলে ইন্সটিটিউট অব্ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব্ ইণ্ডিয়া, ইন্সটিটিউট অব্ কোম্পানী ছেক্ৰেটেৰীজ অব্ ইণ্ডিয়া আৰু ইন্সটিটিউট অব্ ক’ষ্ট একাউণ্টেণ্টছ অব্ ইণ্ডিয়াই
Posted On:
10 APR 2020 9:21AM by PIB Guwahati
ইন্সটিটিউট অব্ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব্ ইণ্ডিয়া, ইন্সটিটিউট অব্ কোম্পানী ছেক্ৰেটেৰীজ অব্ ইণ্ডিয়া আৰু ইন্সটিটিউট অব্ ক’ষ্ট একাউণ্টেণ্টছ অব্ ইণ্ডিয়াই ক’ভিড-১৯ক প্ৰতিৰোধ কৰিবলৈ পিএম কেয়াৰ্ছ পুঁজিলৈ ২৮.৮০ কোটি টকা বৰঙণি হিচাপে আগবঢ়ায়৷
সবিশেষ তলত উল্লেখ কৰা হৈছে-
(টকা কোটিৰ হিচাপত)
ক্ৰমিক নং
|
সংস্থা
|
সংস্থাৰ পৰা বৰঙণি
|
সদস্য/কৰ্মচাৰীৰ বৰঙণি
|
মুঠ
|
1
|
ইন্সটিটিউট অব্ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব্ ইণ্ডিয়া
|
15.00
|
6.00
|
21.00
|
2
|
ইন্সটিটিউট অব্ কোম্পানী ছেক্ৰেটেৰীজ অব্ ইণ্ডিয়া
|
5.00
|
0.25
|
5.25
|
3
|
ইন্সটিটিউট অব্ ক’ষ্ট একাউণ্টেণ্টছ অব্ ইণ্ডিয়া
|
2.50
|
0.05
|
2.55
|
মুঠ
|
|
22.50
|
6.30
|
28.80
|
****
RM/KMN
(Release ID: 1612788)