অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

১৩২খন ‘লাইফলাইন উড়ান কাৰ্গো’ বিমানৰ জৰিয়তে দেশৰ ভিন্ন প্ৰান্তলৈ ১৮৪টনৰো অধিক চিকিত্সা সামগ্ৰীৰ পৰিবহণ

Posted On: 06 APR 2020 3:16PM by PIB Guwahati

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে আৰম্ভ কৰা লাইফলাইন উড়ান কাৰ্গো সেৱাৰ অধীনত ১৩২খন বিমানৰ জৰিয়তে পাৰ্বত্য আৰু প্ৰত্যন্ত এলেকাসমহূকে ধৰি দেশৰ ভিন্ন প্ৰান্তলৈ চিকিত্সা সামগ্ৰীৰ পৰিবহণ কৰি থকা হৈছে। এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ুসেনা বাহিনী আৰু কেইবাটাও ব্যক্তিগতখণ্ডৰ বিমান পৰিবহণ সংস্থাৰ বিমানৰ সহযোগিতাৰে লকডাউনৰ এই সময়চোৱাত আজি পৰ্যন্ত ১৮৪টনৰো অধিক পৰিমাণৰ চিকিত্সা সামগ্ৰীৰ পৰিবহণ কৰা হৈছে।

 

ক্ৰমিক

নং

তাৰিখ

এয়াৰ

ইণ্ডিয়া

এলা-

য়েন্স

আইএএফ

ইন্দিগো

স্পাইচ

জেট

চলাচল

কৰা

মুঠ

বিমান

1

26.3.2020

02

--

-

-

02

04

2

27.3.2020

04

09

01

-

--

14

3

28.3.2020

04

08

-

06

--

18

4

29.3.2020

04

10

06

--

--

20

5

30.3.2020

04

-

03

--

--

07

6

31.3.2020

09

02

01

--

--

12

7

01.4.2020

03

03

04

--

-

10

8

02.4.2020

04

05

03

--

--

12

9

03.4.2020

08

--

02

--

--

10

10

04.4.2020

04

03

02

--

--

09

11

05.4.2020

--

--

16

--

--

16

মুঠ বিমান

46

40

38

06

02

132

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনা বা হিনীয়ে সহযোগিতাৰে লাডাখ, কাৰ্গিল, ডিমাপুৰ, ইম্ফল, গুৱাহাটী, চেন্নাই, আহমেদাবাদ, জম্মু, লেহ, শ্ৰীনগৰ, চণ্ডীগড় আৰু পোৰ্ট ব্লেয়াৰ আদিলৈ কাৰ্গো বিমানৰ সেৱা অব্যাহত ৰাখিছে।

 

সম্পূৰ্ণ কৰা পথৰ দৈৰ্ঘ্য

1,21,878 কিলোমিটাৰ

পৰিবহণ কৰা সামগ্ৰীৰ পৰিমাণ 05.04.2020

13.70  টন

পৰিবহণ কৰা মুঠ সামগ্ৰীৰ পৰিমাণ 05.04.2020

160.96 + 23.70 = 184.66 টন

 

আন্তঃৰাষ্ট্ৰীয়

ছাংহাই আৰু দিল্লীৰ মাজত এক বায়ু-সেঁতু স্থাপন কৰা হৈছে। যোৱা ৪ এপ্ৰিল, ২০২০ তাৰিখে এয়াৰ ইণ্ডিয়াৰ প্ৰথমখন বিমানে ২১টন পৰিমাণৰ চিকিত্সা সামগ্ৰী তথা উপকৰণ কঢ়িয়াই আনে। এয়াৰ ইণ্ডিয়াই চীনৰ পৰা কেৱল অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী কঢ়িওৱাৰ বাবে কিছুসংখ্যক বিমান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ব্যক্তিগত বিমান পৰিবহণ সংস্থা

আভ্যন্তৰীণ কাৰ্গো বিমান- ব্লু ডাৰ্ট, স্পাইচ জেট আৰু ইণ্ডিগোৱে বাণিজ্যক ভিত্তিত কিছু সংখ্যক কাৰ্গো বিমান চলাই আছে। যোৱা ২৪ মাৰ্চৰ পৰা ৫এপ্ৰিল, ২০২০ পৰ্যন্ত স্পাইচ জেটে ১৭৪খন কাৰ্গো বিমানৰ জৰিয়তে ২,৩৫,৩৮৫কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ১৩৮২.৯৪টন সামগ্ৰীৰ পৰিবহণ কৰিছে। ইয়াৰে ৪৯খন আছিল আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান। সেইদৰে, যোৱা ২৫ মাৰ্চৰ পৰা ৪এপ্ৰিল, ২০২০ পৰ্যন্ত ব্লু ডাৰ্টে ৫২খন কাৰ্গো বিমানৰ জৰিয়তে ৫০,০৮৬কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ১৩৮২.৯৪টন সামগ্ৰীৰ পৰিবহণ কৰিছে। ইয়াৰ বিপৰীতে, ইণ্ডিগোৱে ৩ আৰু ৪এপ্ৰিল, ২০২০ ত ৮খন কাৰ্গো বিমানৰ জৰিয়তে ৬,১০৩কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ৩.১৪টন সামগ্ৰীৰ পৰিবহণ কৰিছে।

স্পাইচ জেটৰ আভ্যন্তৰীণ কাৰ্গো সেৱা(৫এপ্ৰিল,২০২০)ত

ক্ৰমিক নং

তাৰিখ

বিমানৰ

সংখ্যা

সামগ্ৰীৰ

পৰিমাণ

টন

অতিক্ৰান্ত

পথৰ

দৈৰ্ঘ্য

কিলোমিটাৰ

1

24-03-2020

9

69.073

10,600

2

25-03-2020

11

61.457

11,666

3

26-03-2020

8

42.009

9,390

4

27-03-2020

11

65.173

11,405

5

28-03-2020

7

50.302

8,461

6

29-03-2020

6

56.320

6,089

7

30-03-2020

6

56.551

6,173

8

31-03-2020

13

1,22.409

13,403

9

01-04-2020

17

1,38.803

16,901

10

02-04-2020

9

55.297

10,138

11

03-04-2020

12

1,08.56

10,767

12

04-04-2020

11

94.87

11,348

13

05-04-2020

5

36.70

5,581

মুঠ

125

957.49

1,31,922

 

 

 

 

 

 

 

 

 

স্পাইচ জেটৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান(৫এপ্ৰিল, ২০২০ ত)

 

ক্ৰমিক

নং

তাৰিখ

বিমানৰ

সংখ্যা

সামগ্ৰীৰ

পৰিমাণ

অতিক্ৰান্ত

পথৰ দৈৰ্ঘ্য

কিলোমিটাৰ

1

24-03-2020

9

75.685

17,198

2

25-03-2020

9

89.911

17,454

3

26-03-2020

6

37.585

12,419

4

29-03-2020

4

37.431

8,887

5

31-03-2020

4

37.038

9,464

6

01-04-2020

2

18.989

4,564

7

02-04-2020

5

34.363

12,458

8

03-04-2020

5

56.69

10,510

9

04-04-2020

2

18.64

3,946

10

05-04-2020

3

19.12

6,564

মুঠ

49

425.45

1,03,464

 

ব্লু ডাৰ্টৰ কাৰ্গো বিমান (৪এপ্ৰিল, ২০২০ ত)

 

ক্ৰমিক

নং

তাৰিখ

বিমানৰ

সংখ্যা

সামগ্ৰীৰ

পৰিমাণ

অতিক্ৰান্ত

পথৰ দৈৰ্ঘ্য

কিলোমিটাৰ

1

25-03-2020

8

92.056

7,855.95

2

27-03-2020

8

1,19.062

7,855.95

3

28-03-2020

2

19.067

2,204.65

4

30-03-2020

8

1,22.476

7,855.95

5

31-03-2020

6

1,11.598

5,027.85

6

01-04-2020

2

29.515

2,098.55

7

02-04-2020

6

82.493

5,027.85

8

03-04-2020

8

1,26.160

7,856.00

9

04-04-2020

4

58.300

4303.20

10

05-04-2020

--

--

--

মুঠ

52

7,60.730

50,085.95

 

বি: দ্ৰ:- ৫এপ্ৰিল, ২০২০ত ব্লু ডাৰ্টে বিমান চলোৱা নাছিল

 

ইণ্ডিগোৰ কাৰ্গো বিমান(৪এপ্ৰিল, ২০২০ ত)

 

ক্ৰমিক

নং

তাৰিখ

বিমানৰ

সংখ্যা

সামগ্ৰীৰ

পৰিমাণ

অতিক্ৰান্ত

পথৰ দৈৰ্ঘ্য

কিলোমিটাৰ

1

03-04-2020

5

2.33

4871

2

04-04-2020

3

0.81

1232

3

05-04-2020

--

--

--

মুঠ

8

3.14

6103

 

বি: দ্ৰ: - এপ্ৰিল, ২০২০ত ইণ্ডিগোৱে বিমান চলোৱা নাছিল

(বি: দ্ৰ:-ইণ্ডিগোৱে কঢ়িওৱা সামগ্ৰীসমূহৰ ভিতৰত চৰকাৰৰ বিনামূলীয়া চিকিত্সা সামগ্ৰীসমূহো আছে)

 

*****

RJ/NG/KB



(Release ID: 1611751) Visitor Counter : 170