কয়লা মন্ত্ৰালয়

ভূৱনেশ্বৰৰ ক’ভিড-১৯ হাস্পতাললৈ পুঁজি আগবঢ়াব ক’ল ইণ্ডিয়াৰ নিয়ন্ত্ৰণাধীন এমচিএলেঃ প্ৰহ্লাদ যোশী

Posted On: 06 APR 2020 2:31PM by PIB Guwahati

ভুৱনেশ্বৰত দেশৰ দ্বিতীয় সৰ্ববৃহ ভিড-১৯ হাস্পতালত ৰোগীৰ চিকিসা ব্যয়কে ধৰি সকলোধৰণৰ খৰচ বহন কৰিব মহানদী লফিল্ড লিমিটেডে(এমচিএল) আৰু ইতিমধ্যে এমচিএলে তাক্ষণিকভাৱে .৩১ কোটি টকা মুকলি কৰি দিছে৷ এই হাস্পতালখন ওড়িশাবাসীৰ চিকিসা খণ্ডৰ বাবে ডাঙৰ সম্পদ৷”  ভিডিঅকনফাৰেন্সিযোগে হাস্পতালৰ সৈতে জড়িত এক কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত এইদৰে কয় কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে৷

 

ল ইণ্ডিয়াৰ নিয়ন্ত্ৰণাধীন মহানদী লফিল্ড লিমিটেডে(এমচিএল) ৫০০খন বিচনা আৰু ভেল্টিলেটৰসহ ২৫ আইচিইউ বিচনাযুক্ত এই চিকিসালয়ৰ পৰিচালনাৰ সকলো ব্যয় বহন কৰিছে৷ ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে চিকিসালয়খন শুভাৰম্ভ কৰে৷ ওড়িশা চৰকাৰে আজিৰে পৰা ভুৱনেশ্বৰৰ এই চিকিসালয়খন আৰম্ভ কৰিছে৷ কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী প্ৰহ্লাদ যোশীও এই কাৰ্যসূচীত উপস্থিত থাকে৷

 

এই উপলক্ষে প্ৰহ্লাদ যোশীয়ে কয় যে কভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক জিলা খনি পুঁজি(ডিএমএফ)ৰ বাকী থকা ৩০% ধন ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰি নিৰ্দেশ জাৰি কৰিছে৷ তেওঁ লগতে কয় যে খনিজ সম্পদত চহকী ওড়িশাৰ দৰে ৰাজ্যক কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ এই পদক্ষেপে সহায় কৰিব৷

 

কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰীগৰাকীয়ে কয়, ভিড-১৯ বিৰোধী এই যুঁজত সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহ পাৰ্যমানে সহায় কৰাৰ বাবে কয়লা খনি মন্ত্ৰালয়ৰ অধীনস্ত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক মই ব্যক্তিগতভাৱেও নিৰ্দেশ দিছো৷ এই প্ৰতিষ্ঠানসমূহে গ্ৰহণ কৰা প্ৰচেষ্টাক লৈ মই সুখী হৈছো৷

 

ইণ্ডিয়াৰ নিয়ন্ত্ৰণাধীন প্ৰতিষ্ঠানসমূহে ৮খন ৰাজ্যত ,৫০০তকৈ অধিক কোৱাৰেণ্টাইন/আইছলেচন বেড স্থাপন কৰিছে৷ একেদৰে, নালক ভুৱনেশ্বৰস্থিত মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীসকলে এদিন দৰমহাৰ পৰা মুঠ . কোটি টকা ওড়িশা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াইছে৷ নালকৱে ওড়িশা চৰকাৰে কৰাপুট জিলাত স্থাপন কৰিবলগীয়া ভিড-১৯ চিকিসালয়ৰ বাবেও পুঁজি আগবঢ়োৱাৰ সন্মতি দিছে৷

 

****

RJ/NG/DB



(Release ID: 1611646) Visitor Counter : 156