PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 03 APR 2020 7:20PM by PIB Guwahati

(ইয়াত সন্নিৱিষ্ট প্ৰেছ বিজ্ঞপ্তিসমূহ বিগত ২৪ ঘণ্টাৰ ক’ভিড-১৯ৰ ঘটনাক্ৰমক লৈ পিআইবিএ প্ৰস্তুত কৰিছে)

দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰজোৰা লকডাউনৰ মাজতো কোনোও অকলশৰীয়া অনুভৱ কৰা অনুচিত৷ তেওঁ দেশবাসীক ৰোনা ভাইৰাছ বিৰুদ্ধে যুঁজাৰ এই লকডাউনৰ মাজতে সহমৰ্মিতা প্ৰদৰ্শনেৰে এপ্ৰিল দেওবাৰে নিশা বজাত মিনিট সময় লাইট বন্ধ কৰি মমবাতি, চাকি অথবা বাইলৰ ফ্লাছলাইট জ্বলাবলৈ আহ্বান জনায়৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610559

ক্ৰীড়াবিদসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়াবিদসকলক আহ্বান জনায় যে জনসাধাৰণৰ মাজত বাৰ্তা বিলোৱাৰ সময়ত তেওঁলোকে নিম্নোক্ত পাঁচটা দিশত মন দিয়া উচিত৷ সেয়া হ’ল—মহামাৰীৰ যুঁজ দিবলৈ ‘সংকল্প’, সামাজিক দূৰত্ব পালন কৰিবলৈ ‘সংযম’, ইতিবাচক দৃষ্টিভংগী অটুট ৰাখিবলৈ ‘সকৰাত্মকতা’, এই যুঁজত সন্মুখৰ পৰা যুঁজ দি থকা যোদ্ধাসকলৰ প্ৰতি ‘সন্মান’ আৰু প্ৰধানমন্ত্ৰী-কেয়াৰছ ফাণ্ডলৈ বৰঙণিৰে ব্যক্তিগত পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ‘সহযোগ’৷https://pib.gov.in/PressReleseDetail.aspx?PRID=1610612

ধৰ্মীয় নেতাসকলক কোনো ধৰণৰ সভা/অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ ৰাজ্যপাল/ লেফটেনেণ্ট গৱৰ্ণৰসকলক পৰামৰ্শ দিবলৈ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আধ্যাত্মিক তথা ধৰ্মীয় নেতাসকলক কোনো ধৰণৰ সভা আৰু অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল আৰু লেফটেনেণ্ট গৱৰ্ণৰসকলক আহ্বান জনায়৷ তেওঁ লগতে সকলোকে সংশ্লিষ্ট ৰাজ্যসমূহত কৃষিজাত সামগ্ৰীৰ উপাদনকে ধৰি শস্য চপোৱা, মজুতকৰণ সম্পৰ্কীয় কাম-কাজ সুকলমে হোৱাটো সুনিশ্চিত কৰিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰী জনধন যোজনাৰ একাউণ্টধাৰী মহিলাসকললৈ প্ৰত্যক্ষ ধন স্থানান্তৰ

গ্ৰামোন্নয়ন মন্ত্ৰালয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহটোৰ বাবে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ একাউণ্টধাৰী প্ৰতিগৰাকী মহিলালৈ (বেংকে অৱগত কৰা একাউণ্টৰ সংখ্যা অনুসৰি) ৫০০ টকাকৈ আগবঢ়াইছে আৰু এই ধনখিনি ২ এপ্ৰিল, ২০২০ তাৰিখে নিৰ্দ্দিষ্ট ব্যক্তিগত বেংক একাউণ্টত জমা হৈছে। সামাজিক দূৰত্ব অটুট ৰাখিবলৈ আৰু হিতাধিকাৰীসকলে তেওঁলোকৰ ধন নিয়ম শৃংখলা বজাই ৰাথি আহৰণ কৰিবৰ বাবে বিত্তীয় সেৱা বিভাগে বেংকসমূহক যাৱতীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিছে। https://pib.gov.in/PressReleseDetail.aspx?PRID=1610606

 

তবলিগী জামাত কাণ্ডত জড়িত পৰ্যটক ভিছাত ভাৰতত থকা ৯৬০ গৰাকী বিদেশীক ব্লেকলিষ্ট কৰিলে গৃহ মন্ত্ৰালয়ে; গ্ৰহণ কৰা যাৱতীয় আইনী ব্যৱস্থা

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610456

 

ভাৰতত আবদ্ধ হৈ থকা বিদেশী লোকসকলক যাবলৈ দিয়া আৰু ভিড-১৯ নিগেটিভ বুলি প্ৰমাণিত লোকক কোৰেণ্টাইনৰ পৰা মুকলি কৰাৰ বাবে এছঅপি প্ৰস্তুতকৰণ সম্পৰ্কত গৃহ মন্ত্ৰালয়ৰ ওপৰঞ্চি নিৰ্দেশনা জাৰি

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610509

ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ নাগৰিক কৰ্তৃপক্ষৰ  সৈতে সহযোগিতাৰে কাম কৰিছে সশস্ত্ৰ বাহিনীয়ে

সশস্ত্ৰ বাহিনীয়ে মুম্বাই, জয়ছালমেৰ, যোধপুৰ, হিন্দন, মানেছাৰ আৰু চেন্নাইকে ধৰি ছয়টা স্থানত কোৱাৰেণ্টাইনৰ সুবিধা প্ৰদান কৰি আছে৷ এই কেন্দ্ৰসমূহত ১৭৩৭ গৰাকী ব্যক্তিক ৰখা হৈছে আৰু ইয়াৰে ৪০৩ গৰাকী ব্যক্তিক ইতিমধ্যেই মুকলি কৰি দিয়া হৈছে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610577

নতুন বৈশিষ্ট্যসম্পন্ন ই-নাম প্লেটফৰ্ম শুভাৰম্ভ কৃষি মন্ত্ৰীৰ

কৃষি মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় কৃষি বিপণন(ই-নাম)ৰ কেতবোৰ নতুন বৈশিষ্ট্য সংযোজনেৰে কৃষকসকলক শাৰিৰীকভাৱে বজাৰলৈ নহাকৈ তেওঁলোকৰ উপাদিত সামগ্ৰী পাইকাৰী বজাৰত বিক্ৰী ব্যৱস্থা কৰিছে, যিটোৱে বজাৰসমূহত জনসমাগম হ্ৰাস কৰি ক’ভিড-১৯ৰ বিৰুদ্ধে সক্ৰিয়ভাৱে যুঁজাত সহায় কৰিব৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610403

ষ্টাৰ্ট-আপপ্ৰেক্ষাপটৰ বিভিন্ন অংশীদাৰসকলৰে শ্ৰী পিয়ুষ গোৱেলৰভিডিঅকনফাৰেন্স

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়ে দেশৰ ‘ষ্টাৰ্ট-আপ’ প্ৰেক্ষাপটটোৰ বিকাশকৰ অংশীদাৰসকলৰ সৈতে তেওঁলোকৰ ক্ষেত্ৰত ক’ভিড-১৯ আৰু লকডাউনত ফলত কৰা সমস্যাৱলীৰ সমাধানৰ মুল্যায়ন কৰাৰ বাবে এক বৈঠকত মিলিত হয়৷https://pib.gov.in/PressReleseDetail.aspx?PRID=1610453

স্বাস্থ্য কৰ্মীসকলে ভিড-১৯ বিৰুদ্ধে নিৰাপদে যুঁজিবলৈ বহুতৰপীয় আঠাযুক্ত বায়পোছাকৰ বিকাশ কৰিলে ডিআৰডিঅhttps://pib.gov.in/PressReleseDetail.aspx?PRID=1610429

লকডাউনৰ নিষেধাজ্ঞা বিশেষ সেৱাৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে

লকডাউনৰ কঠোৰ নিৰ্দেশনাৰ আওতাৰ পৰা কেতবোৰ বিশেষ সেৱাৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰি গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক কৃষিজাত সামগ্ৰীৰ প্ৰত্যক্ষ বিপণন, অংগনৱাড়ী কৰ্মীৰ দ্বাৰা শিশু, মহিলা, প্ৰসূতি মাতৃক খাদ্য আৰু পুষ্টি যোগান, আয়ুষৰ অধীনত চিকিসা সেৱা আৰু ঔষধ প্ৰস্তুত কৰা ইত্যাদি দিশত ৰেহাই দিবলৈ পত্ৰ প্ৰেৰণ কৰিছে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610513

ভাৰতবৰ্ষই উপভোগ কৰিছে দূৰদৰ্শন, ভাৰতবৰ্ষই যুঁজ দিছে ৰোনাৰে

লকডাউনৰ সময়ছোৱাত দূৰদৰ্শনে ইয়াৰ একালৰ জনপ্ৰিয় ধাৰাবাহিকসমূহ ডিডি নেচনেল আৰু ডিডি ভাৰতীত সম্প্ৰচাৰ কৰি ৰাষ্ট্ৰীয় ব্ৰডকাষ্টাৰ হিচাপে ভাৰতীয় নাগৰিকৰ হৃদয়ত পুনৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ . https://pib.gov.in/PressReleseDetail.aspx?PRID=1610446

প্ৰধানমন্ত্ৰী আৰু প্ৰিন্স অৱ্ ৱেলছৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰিন্স অৱ্ ৱেলছৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ বিষয়ে আলোচনা কৰে৷ https://pib.gov.in/PressReleseDetail.aspx?PRID=1610479

জাৰ্মানীৰ চেঞ্চেলৰ আৰু প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্মানীৰ চেঞ্চেলৰ ড এঞ্জেলা মাৰ্কেলৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে আৰু স্বাস্থ্য সংকটৰ পৰা উদ্ধাৰ পাবলৈ আন্তৰ্জাতিক সহযোগিতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে৷ https://pib.gov.in/PressReleseDetail.aspx?PRID=1610467

ভিড-১৯ বিৰুদ্ধে যুঁজিবলৈ তথা সম্পৰ্কীয় শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণসমূহৰ বাবে ডিএছটি-এছইআৰবিয়ে ঘোষণা কৰিলে অনুমোদিত প্ৰকল্পসমূহৰ প্ৰথমটো ছেট https://pib.gov.in/PressReleseDetail.aspx?PRID=1610399

চৰকাৰে জাৰি কৰা সকলো স্বাস্থ্য সম্পৰ্কীয় তথা অন্যান্য পৰামৰ্শৱলী আৰু নিৰ্দেশনা নিয়মীয়াকৈ পৰ্যটক আৰু পৰ্যটন উদ্যোগৰ মাজত প্ৰচাৰ কৰাটো সুনিশ্চিত কৰিছে পৰ্যটন মন্ত্ৰালয়ে https://pib.gov.in/PressReleseDetail.aspx?PRID=1610611

পিএম কেয়াৰ্ছ পুঁজিলৈ ৯২৫ কোটি টকা অৱদান আগবঢ়ালে শক্তি আৰু পুনৰ নৱীকৰণযোগ্য শক্তিখণ্ডই; https://pib.gov.in/PressReleseDetail.aspx?PRID=1610671

ক’ভিড ১৯ ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ ভাৰতীয় ৰে’লৱেয়ে ইয়াৰ সম্পূৰ্ণ ব্যৱস্থাপনাক ব্যাপক ৰূপত অগ্ৰসৰ কৰিছে; https://pib.gov.in/PressReleseDetail.aspx?PRID=1610692

ভিড-১৯ৰ ক্ষতিশংকাৰ মাজত কিদৰে সুৰক্ষিত হৈ থাকিব লাগে সেই সম্পৰ্কে ইউজিচি, এআইচিটিই, এনচিটিই, এনআইঅএছ, এনচিইআৰটি আৰু কেভিএছলৈ পত্ৰ প্ৰেৰণ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ; https://pib.gov.in/PressReleseDetail.aspx?PRID=1610657

লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৰ্বাঞ্চলৰ আন্তৰ্জাতিক সীমা (প্ৰায় ৫৫০০ কিলোমিটাৰ) কাৰ্যকৰীভাৱে বন্ধ কৰা হৈছেঃ ড জীতেন্দ্ৰ সিং

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610672

#ক’ভিড ১৯ৰ ফাষ্ট চেক

 

 



(Release ID: 1610798) Visitor Counter : 148