শক্তি মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                         পিএম কেয়াৰ্ছ পুঁজিলৈ ৯২৫ কোটি টকা অৱদান আগবঢ়ালে শক্তি আৰু পুনৰ নৱীকৰণযোগ্য শক্তিখণ্ডই
                    
                    
                        
                    
                
                
                    Posted On:
                03 APR 2020 3:49PM by PIB Guwahati
                
                
                
                
                
                
                শক্তি মন্ত্ৰালয় আৰু নতুন আৰু পুনৰ নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ অধীনৰ চেণ্ট্ৰেল পাব্লিক চেণ্টাৰ এণ্টাৰপ্ৰাইজে (চিপিএছই) পিএম কেয়াৰ্ছ পুঁজিলৈ ক’ৰনা ভাইৰাছ (ক’ভিড-১৯)ৰ বিৰুদ্ধে যুঁজিবলৈ ৯২৫ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
পিএছইউটোৰ এটা বৃহৎ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কেন্দ্ৰীয় শক্তি আৰু নতুন তথা পুনৰ নৱীকৰণযোগ্য শক্তি মন্ত্ৰী শ্ৰী আৰ কে সিঙে এই বিষয়ে টুইট কৰে৷ টুইটত তেওঁ উদ্যোগটোৱে প্ৰাৰম্ভিক পৰ্যায়ত ৩১ মাৰ্চ ৪৪৫ কোটি টকা পিএম কেয়াৰ্ছ পুঁজিত জমা কৰা বুলি কয়৷ বাকী থকা পৰিমাণ এপ্ৰিলৰ প্ৰথম সপ্তাহত জমা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷
 
 
:
	
		
			| 
			 টকাৰ পৰিমাণ কোটিৰ হিচাপত 
			 | 
		
		
			| 
			 শক্তি মন্ত্ৰালয়ৰ অধীনত চিপিএছইৰ দ্বাৰা পিএম কেয়াৰ্ছলৈ আগবঢ়োৱা অৱদান 
			  
			 | 
		
		
			| 
			 ক্ৰমিক নং 
			 | 
			
			 চিপিএছইৰ নাম 
			 | 
			
			 ৩১ মাৰ্চ ২০২০ৰ ভিতৰত আগবঢ়োৱা অৱদান 
			 | 
			
			 ২০২০-২১ৰ বাবে চিএছআৰ বাজেটৰ পৰা জমা কৰিব লগীয়া প্ৰস্তাৱিত ধন পৰিমাণ 
			 | 
			
			 কৰ্মচাৰীৰ দৰমহাৰ পৰা অৱদান 
			 | 
			
			 মুঠ 
			 | 
		
		
			| 
			 ১ 
			 | 
			
			 এনটিপিচি 
			 | 
			
			 শূন্য 
			 | 
			
			 ২৫০ 
			 | 
			
			 ৭.৫ 
			 | 
			
			 ২৫৭.৫০ 
			 | 
		
		
			| 
			 ২ 
			 | 
			
			 পিজিচিআইএল 
			 | 
			
			 ১৩০ 
			 | 
			
			 ৭০ 
			 | 
			
			 ২.৪৭ 
			 | 
			
			 ২০২.৪৭ 
			 | 
		
		
			| 
			 ৩ 
			 | 
			
			 পিএফচি 
			 | 
			
			 ১৮১ 
			 | 
			
			 ১৯ 
			 | 
			
			 ০.১৮ 
			 | 
			
			 ২০০.১৮ 
			 | 
		
		
			| 
			 ৪ 
			 | 
			
			 আৰইচি লিমিটেড 
			 | 
			
			 ১০০ 
			 | 
			
			 ৫০ 
			 | 
			
			 ০.১৫ 
			 | 
			
			 ১৫০.১৫ 
			 | 
		
		
			| 
			 ৫ 
			 | 
			
			 এনএইচপিচি 
			 | 
			
			 ২০ 
			 | 
			
			 ৩০ 
			 | 
			
			 ১.৯ 
			 | 
			
			 ৫১.৯০ 
			 | 
		
		
			| 
			 ৬ 
			 | 
			
			 এছজিভিএন লিমিটেড 
			 | 
			
			 ৫ 
			 | 
			
			 ২০ 
			 | 
			
			 ০.৩২ 
			 | 
			
			 ২৫.৩২ 
			 | 
		
		
			| 
			 ৭ 
			 | 
			
			 টিএইচডিচি 
			 | 
			
			 ২.০ 
			 | 
			
			 ৭.৪ 
			 | 
			
			 ০.৬০ 
			 | 
			
			 ১০.০০ 
			 | 
		
		
			| 
			 ৮ 
			 | 
			
			 বিবিএমবি 
			 | 
			
			 শূন্য 
			 | 
			
			 শূন্য 
			 | 
			
			 ২.৫ 
			 | 
			
			 ২.৫০ 
			 | 
		
		
			| 
			 ৯ 
			 | 
			
			 পিঅ’এছঅ’চিঅ’ 
			 | 
			
			 ০.২৭ 
			 | 
			
			 ০.৩ 
			 | 
			
			 ০.১৭ 
			 | 
			
			 ০.৭৪ 
			 | 
		
		
			| 
			 ১০ 
			 | 
			
			 নীপকো 
			 | 
			
			 ২.৫৬ 
			 | 
			
			 ১.৫০ 
			 | 
			
			 ০.৬০ 
			 | 
			
			 ৪.৬৬ 
			 | 
		
		
			| 
			   
			 | 
			
			   
			 | 
			
			 ৪৪০.৮৩ 
			 | 
			
			 ৪৪৮.২০ 
			 | 
			
			 ১৬.৩৯ 
			 | 
			
			   
			 | 
		
		
			| 
			 সৰ্বমুঠ 
			 | 
			
			 ৯০৫.৪২ 
			 | 
		
	
 
 
টকাৰ পৰিমাণ কোটিৰ হিচাপত
	
		
			| 
			 নতুন আৰু পুনৰ নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ অধীনত পিএম কেয়াৰ্ছলৈ আগবঢ়োৱা অৱদান 
			  
			 | 
		
		
			| 
			 ক্ৰমিক নং 
			 | 
			
			 চিপিএছইৰ নাম 
			 | 
			
			 আগবঢ়াবলগীয়া অৱদানৰ পৰিমাণ (চিএছআৰ + দৰমহা) 
			 | 
		
		
			| 
			 ১ 
			 | 
			
			 আইআৰইডিএ 
			 | 
			
			 ১৫ 
			 | 
		
		
			| 
			 ২ 
			 | 
			
			 এছইচিআই 
			 | 
			
			 ৫ 
			 | 
		
		
			| 
			 মুঠ 
			 | 
			
			 ২০ 
			 | 
		
	
 
 
RCJ/M/MANN
                
                
                
                
                
                (Release ID: 1610753)
                Visitor Counter : 210