শক্তি মন্ত্ৰালয়
পিএম কেয়াৰ্ছ পুঁজিলৈ ৯২৫ কোটি টকা অৱদান আগবঢ়ালে শক্তি আৰু পুনৰ নৱীকৰণযোগ্য শক্তিখণ্ডই
Posted On:
03 APR 2020 3:49PM by PIB Guwahati
শক্তি মন্ত্ৰালয় আৰু নতুন আৰু পুনৰ নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ অধীনৰ চেণ্ট্ৰেল পাব্লিক চেণ্টাৰ এণ্টাৰপ্ৰাইজে (চিপিএছই) পিএম কেয়াৰ্ছ পুঁজিলৈ ক’ৰনা ভাইৰাছ (ক’ভিড-১৯)ৰ বিৰুদ্ধে যুঁজিবলৈ ৯২৫ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
পিএছইউটোৰ এটা বৃহৎ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কেন্দ্ৰীয় শক্তি আৰু নতুন তথা পুনৰ নৱীকৰণযোগ্য শক্তি মন্ত্ৰী শ্ৰী আৰ কে সিঙে এই বিষয়ে টুইট কৰে৷ টুইটত তেওঁ উদ্যোগটোৱে প্ৰাৰম্ভিক পৰ্যায়ত ৩১ মাৰ্চ ৪৪৫ কোটি টকা পিএম কেয়াৰ্ছ পুঁজিত জমা কৰা বুলি কয়৷ বাকী থকা পৰিমাণ এপ্ৰিলৰ প্ৰথম সপ্তাহত জমা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷
:
টকাৰ পৰিমাণ কোটিৰ হিচাপত
|
শক্তি মন্ত্ৰালয়ৰ অধীনত চিপিএছইৰ দ্বাৰা পিএম কেয়াৰ্ছলৈ আগবঢ়োৱা অৱদান
|
ক্ৰমিক নং
|
চিপিএছইৰ নাম
|
৩১ মাৰ্চ ২০২০ৰ ভিতৰত আগবঢ়োৱা অৱদান
|
২০২০-২১ৰ বাবে চিএছআৰ বাজেটৰ পৰা জমা কৰিব লগীয়া প্ৰস্তাৱিত ধন পৰিমাণ
|
কৰ্মচাৰীৰ দৰমহাৰ পৰা অৱদান
|
মুঠ
|
১
|
এনটিপিচি
|
শূন্য
|
২৫০
|
৭.৫
|
২৫৭.৫০
|
২
|
পিজিচিআইএল
|
১৩০
|
৭০
|
২.৪৭
|
২০২.৪৭
|
৩
|
পিএফচি
|
১৮১
|
১৯
|
০.১৮
|
২০০.১৮
|
৪
|
আৰইচি লিমিটেড
|
১০০
|
৫০
|
০.১৫
|
১৫০.১৫
|
৫
|
এনএইচপিচি
|
২০
|
৩০
|
১.৯
|
৫১.৯০
|
৬
|
এছজিভিএন লিমিটেড
|
৫
|
২০
|
০.৩২
|
২৫.৩২
|
৭
|
টিএইচডিচি
|
২.০
|
৭.৪
|
০.৬০
|
১০.০০
|
৮
|
বিবিএমবি
|
শূন্য
|
শূন্য
|
২.৫
|
২.৫০
|
৯
|
পিঅ’এছঅ’চিঅ’
|
০.২৭
|
০.৩
|
০.১৭
|
০.৭৪
|
১০
|
নীপকো
|
২.৫৬
|
১.৫০
|
০.৬০
|
৪.৬৬
|
|
|
৪৪০.৮৩
|
৪৪৮.২০
|
১৬.৩৯
|
|
সৰ্বমুঠ
|
৯০৫.৪২
|
টকাৰ পৰিমাণ কোটিৰ হিচাপত
নতুন আৰু পুনৰ নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ অধীনত পিএম কেয়াৰ্ছলৈ আগবঢ়োৱা অৱদান
|
ক্ৰমিক নং
|
চিপিএছইৰ নাম
|
আগবঢ়াবলগীয়া অৱদানৰ পৰিমাণ (চিএছআৰ + দৰমহা)
|
১
|
আইআৰইডিএ
|
১৫
|
২
|
এছইচিআই
|
৫
|
মুঠ
|
২০
|
RCJ/M/MANN
(Release ID: 1610753)
Visitor Counter : 180