গৃহ মন্ত্ৰালয়

ভাৰতত আবদ্ধ হৈ থকা বিদেশী লোকসকলক যাবলৈ দিয়া আৰু ক’ভিড-১৯ নিগেটিভ বুলি প্ৰমাণিত লোকক কোৰেণ্টাইনৰ পৰা মুকলি কৰাৰ বাবে এছঅ’পি প্ৰস্তুতকৰণ সম্পৰ্কত গৃহ মন্ত্ৰালয়ৰ ওপৰঞ্চি নিৰ্দেশনা জাৰি

Posted On: 02 APR 2020 9:37PM by PIB Guwahati

ৰোনা ভাইৰাছ প্ৰতিহত কৰিবলৈ সমগ্ৰ দেশজুৰি চলি থকা লকডাউন সন্দৰ্ভত আটাইবোৰ মন্ত্ৰালয়/দপ্তৰক গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা ইয়াৰ নিৰ্দেশাৱলীৰ (https://pib.gov.in/PressReleseDetail.aspx?PRID=1607997) সৈতে এক ওপৰঞ্চি নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনা অনুসৰি ভাৰতত আবদ্ধ হৈ থকা বিদেশী লোকসকলৰ যোৱাৰ ব্যৱস্থা কৰাৰ লগতে    কভিড-১৯ নিগেটিভ হিচাপে প্ৰমাণিত হোৱা কোৰেণ্টাইনত থকা লোকসকলক মুকলি কৰি দিয়াৰ বাবে   এছঅপি প্ৰস্তুত কৰা হৈছে

ওপৰঞ্চি নিৰ্দেশপত্ৰখন

 

*****



(Release ID: 1610585) Visitor Counter : 105