গৃহ মন্ত্ৰালয়

তবলিগী জামাত কাণ্ডত জড়িত পৰ্যটক ভিছাত ভাৰতত থকা ৯৬০ গৰাকী বিদেশীক ব্লেকলিষ্ট কৰিলে গৃহ মন্ত্ৰালয়ে; গ্ৰহণ কৰা হ’ব যাৱতীয় আইনী ব্যৱস্থা

Posted On: 02 APR 2020 7:38PM by PIB Guwahati

তবলিগী জামাত কাণ্ডত জড়িত পৰ্যটক ভিছাত ভাৰতত থকা ৯৬০ গৰাকী বিদেশীক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ব্লেকলিষ্ট কৰে৷ তাৰোপৰি গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলৰ ডিজিপি তথা চিপি, দিল্লী আৰক্ষীক এই উলংঘনৰ বাবে অগ্ৰাধিকাৰভিত্তিত বৈদেশিক আইন, ১৯৪৬ আৰু দুৰ্যোগ প্ৰশমন আইন, ২০০৫ৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷

*****

VG/SNC/VM/MANN



(Release ID: 1610489) Visitor Counter : 163