প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 27 MAR 2020 6:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প’জিটিভ ক’ভিড-১৯ত আক্ৰান্ত হোৱা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনক তেওঁৰ সুস্বাস্থ্য কামনা কৰি শুভেচ্ছা জনাইছে৷

‘‘মাননীয় প্ৰধানমন্ত্ৰী ব’ৰিছ জনছন, আপুনি এজন যুঁজাৰু আৰু অতি শীঘ্ৰেই আপুনি এই প্ৰত্যাহ্বান জয় কৰিব পাৰিব৷ আপোনাৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু ব্ৰিটেইনৰ মংগল কামনা কৰিছো’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

VRRK/ VJ/MANN


(रिलीज़ आईडी: 1608663) आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam