বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ডিজিএফটিয়ে ক’ভিড-১৯ সম্পৰ্কীয় সকলো আমদানি-ৰপ্তানি বিষয়সমূহৰ বাবে কাৰ্যকৰী কৰিলে হেল্পডেস্ক নম্বৰ

Posted On: 26 MAR 2020 5:04PM by PIB Guwahati

ক’ভিড-১৯ সম্পৰ্কীয় আমদানি অথবা ৰপ্তানি সম্পৰ্কীয় যিকোনো বিষয়ৰ বাবে বৈদেশিক বাণিজ্যৰ মহা সঞ্চালকালয়ে (ডিজিএফটি) বাণিজ্য বিভাগ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ত এটা হেল্পডেস্ক নম্বৰৰ সঞ্চালন আৰম্ভ কৰিছে৷ আমদানীকাৰী/ৰপ্তানিকাৰীসকলে প্ৰত্যক্ষভাৱে নিম্নোক্ত যিকোনো চেনেলৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব৷

চেনেলসমূহ-

যোগাযোগ @ডিজিএফটি প্লেটফ’ৰ্ম ( http://rla.dgft.gov.in:8100/CRS_NEW/) :

ইমেইলঃ dgftedi[at]nic[dot]in

টোল ফ্ৰী নম্বৰঃ ১৮০০-১১১-৫৫০

*****

YB/MANN



(Release ID: 1608400) Visitor Counter : 136