প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জনসাধাৰণক লক্-ডাউন পালন কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

प्रविष्टि तिथि: 23 MAR 2020 11:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনসাধাৰণক লক্-ডাউন পৰিস্থিতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ শ্ৰী মোদীয়ে এটা টুইটত জনসাধাৰণক নিজক আৰু নিজৰ পৰিয়ালৰ সদস্যক ক’ৰনাৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে প্ৰদান কৰা পৰামৰ্শৱলী পালন কৰিবলৈ আহ্বান জনাইছে৷ তেওঁ ৰাজ্য চৰকাৰক জনসাধাৰণে যাতে লক্-ডাউন পালন কৰে তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷

***

VRRK/AKP/MANN


(रिलीज़ आईडी: 1607857) आगंतुक पटल : 182
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam