প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নেপালৰ প্ৰধানমন্ত্ৰীক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 20 MAR 2020 11:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ জৰুৰী পুঁজিৰ বাবে আগবঢ়োৱা বৰঙণিৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী কে পি শৰ্মা অ’লীক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ক’ভিড-১৯ জৰুৰী পুঁজিৰ বাবে ১০ কোটি এনপিআৰ বৰঙণি আগবঢ়োৱাৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী কে পি শৰ্মা অ’লীক প্ৰশংসা কৰিছো৷ এইটোৱে মহামাৰীৰ বিৰুদ্ধে ছাৰ্ক দেশসমূহৰ ঐক্যবদ্ধ যুঁজৰ প্ৰতি অ’লী জীৰ প্ৰতিশ্ৰুতি আৰু সমৰ্থনকে প্ৰতিফলিত কৰিছে৷

***

VRRK/ VJ/DB



(Release ID: 1607853) Visitor Counter : 90