স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ সন্দৰ্ভত নতুন তথ্যঃ অতিৰিক্ত ভ্ৰমণ নিৰ্দেশাৱলী

प्रविष्टि तिथि: 05 MAR 2020 2:17PM by PIB Guwahati

ইতিমধ্যে ভিছা নিষেধাজ্ঞা বাহাল থকাৰ উপৰিও ইটালী অথবা কোৰিয়া গণৰাজ্যৰ পৰা ভ্ৰমণ কৰি অহা তথা ভাৰতত প্ৰৱেশ কৰিবলৈ বিচৰা যাত্ৰীসকলে সেই দেশসমূহৰ স্বাস্থ্য প্ৰাধিকৰণৰ দ্বাৰা অনুমোদিত নিৰ্ধাৰিত গৱেষণাগাৰৰ পৰা ঋণাত্মক ভিড-১৯ৰ স্বীকৃতিপত্ৰ প্ৰাপ্ত কৰিব লাগিব৷ এয়া ১০ মাৰ্চ ২০২০ তাৰিখৰ ০০:০০ ঘণ্টাৰ পৰা প্ৰণয়ন আৰু ভিড-১৯ সমাপ্ত নোহোৱা পৰ্যন্ত অস্থায়ী ব্যৱস্থা হিচাপে বিবেচিত ব৷ 

 

****

MV/MANN


(रिलीज़ आईडी: 1607010) आगंतुक पटल : 111
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Malayalam