প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ ছাৰ্ক নেতৃবৰ্গৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 14 MAR 2020 8:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থা১৫ মাৰ্চ, ২০২০ত ছাৰ্ক নেতৃবৰ্গৰ সৈতে ক’ভিদ-১৯ৰে মোকাবিলা কৰাৰ উপায় সন্দৰ্ভত বাৰ্তালাপ কৰিব৷ ক’ভিদ-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী সমূহীয়া কৌশল প্ৰস্তুত কৰাৰ সন্দৰ্ভত সকলো ছাৰ্ক ৰাষ্ট্ৰক লৈ হ’বলগীয়া ভিডিঅ’ কনফাৰেন্সত তেওঁ ভাৰতক নেতৃত্ব দিব৷

***

VRRK/AK/DB



(Release ID: 1606737) Visitor Counter : 87