প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত নাৰী শক্তিশক্তিৰ ছেল্যুট জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 08 MAR 2020 11:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত নাৰী শক্তিশক্তিৰ উদ্যমক ছেল্যুট জনায়৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জনাইছো! আমি নাৰী শক্তিৰ উদ্যম আৰু প্ৰাপ্তিক ছেল্যুট জনাইছো৷ কেইদিন পূৰ্বে কোৱাৰ দৰে মই আজি মোৰ একাউণ্ট ছাইন কৰা নাই৷ আজিৰ দিনটোত মোৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে সাতগৰাকী কীৰ্তিমান মহিলাই তেওঁলোকৰ জীৱন কাহিনী শ্বেয়াৰ কৰাৰ লগতে সম্ভৱতঃ আপোনালোকৰ সৈতে মত বিনিময় কৰিব৷

*******

VRRK/VJ/DB



(Release ID: 1605799) Visitor Counter : 90