পোষ্ট কৰা হৈছে:
30 JAN 2020 10:14AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “শ্বহীদ দিৱসত মই জাতিৰ পিতা মহাত্মা গান্ধীলৈ প্ৰণাম জনাইছো৷ মহাত্মাৰ ব্যক্তিত্ব, চিন্তাধাৰা আৰু আদৰ্শই আমাক শক্তিশালী, সক্ষম আৰু সমৃদ্ধিশালী নতুন ভাৰত নিৰ্মাণৰ প্ৰতি প্ৰেৰণা যোগাব৷”
******
VRRK/VJ/DB