প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ডঃ এম চিদানন্দ মুৰ্ত্তীৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 11 JAN 2020 5:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ এম চিদানন্দ মুৰ্ত্তীৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শোকবাৰ্তাত এইদৰে কয়, ‘‘ডঃ এম চিদানন্দ মুৰ্ত্তী আছিল সংস্কৃতি আৰু সাহিত্যৰ উপাসক৷ কানাড়া ভাষাৰ প্ৰতি তেওঁৰ ভালপোৱা আছিল অপৰিসীম আৰু আমাৰ ঐতিহ্যময় ইতিহাস সংৰক্ষণত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল৷ তেওঁৰ প্ৰাণত্যাগৰ ঘটনাই ব্যথিত কৰি তুলিছে৷ তেওঁৰ পৰিয়াল তথা অনুগামীসকললৈ সমবেদনা প্ৰকাশ কৰিছো৷ ওম শান্তি৷’’

****

VRRK/KP/MANN


(रिलीज़ आईडी: 1601073) आगंतुक पटल : 113
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Kannada