প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সুব্ৰমণিয়া ভাৰতীক স্মৰণ প্ৰধানমন্ত্ৰীৰ

Posted On: 11 DEC 2019 9:58AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জন্মদিন উপলক্ষে সুব্ৰমণিয়া ভাৰতীক স্মৰণ কৰে৷

 

প্ৰধানমন্ত্ৰীয়ে কয়, জয়ন্তী উপলক্ষে মহান সুব্ৰমনিয়া ভাৰতীক স্মৰণ কৰিছো৷ মহাকবি ভাৰুথিয়াৰহিচাপে পৰিচিত সুব্ৰমনিয়া ভাৰতী দেশপ্রেম, সমাজ সংস্কাৰ, সুকবি তথা অদম্য সাহসৰ জ্বলন্ত প্ৰতীক৷ তেওঁৰ চিন্তাধাৰা তথা কাম-কাজে আমাক সকলোকে উদ্বুদ্ধ কৰে৷ এইগৰাকী মহাকবি সুবিচাৰ আৰু সমান অধিকাৰত বিশ্বাসী আছিল৷ তেওঁ এবাৰ কৈছিল, কোনো লোক যদি ভোকাতুৰ হৈ থাকে, তেতিয়াহলে সমগ্ৰ বিশ্ব ধ্বংস ব৷ এই দৃষ্টিভংগীয়ে মানুহৰ দুর্ভোগ আঁতৰ কৰা তথা তেওঁলোকক সৰবলীকৰণৰ সম্পর্কে সুব্ৰমনিয়া ভাৰতীৰ চিন্তাৰ পৰিচয় দিছিল৷

***

VRRK/ VJ/DB



(Release ID: 1597297) Visitor Counter : 93