কেবিনেট

নৱগঠিত মীন বিভাগত সচিবৰ এটা পদ আৰু যুটীয়া সচিবৰ এটা পদ সৃষ্টিৰ বাবে কেবিনেটৰ অনুমোদন

Posted On: 19 FEB 2019 9:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে মীন বিভাগত পৰ্যায় ১৭ত এটা সচিবৰ পদ (দৰমহা ২,২৫,০০০/- স্থিৰ) আৰু পৰ্যায় ১৪ত এটা যুটীয়া সচিবৰ পদ (,৪৪,২০০ টকা-,১৮,২০০ টকা)সৃষ্টিৰ বাবে অনুমোদন প্ৰদান কৰিছে৷

নতুনকৈ সৃষ্টি কৰা পদৰ দ্বাৰা মীন বিভাগৰ প্ৰকল্প/আঁচনিসমূহৰ নিৰীক্ষণত সহায় হব আৰু ইয়াৰ দ্বাৰা মৎস্যজীৱিসকলৰ কল্যাণ তথা এই ক্ষেত্ৰৰ উন্নয়নতো সহায়ক হব৷

*****

AKT/SH/MANN



(Release ID: 1565812) Visitor Counter : 59