প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

উত্তৰ-পূব ভ্ৰমণৰ ফটো শ্বেয়াৰ কৰিবলৈ সৰ্বসাধাৰণক আহ্বান

পোষ্ট কৰা হৈছে: 08 FEB 2019 9:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যক ভূয়সী প্ৰশংসা কৰিছে৷

তেওঁ জনসাধাৰণক উদ্দেশ্যে প্ৰশ্ন কৰে—“আপোনালোকৰ লগত উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ অথবা এই অঞ্চলসমূহৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ ফটো আছেনে?

তেওঁ এই ফটোসমূহ ইনষ্টাগ্ৰামত #মেগনিফিচেণ্ট নৰ্থইষ্ট’ ব্যৱহাৰ কৰি সকলোৰে সৈতে শ্বেয়াৰ কৰিবলৈ সৰ্বসাধাৰণক আহ্বান জনায়৷ ‘মই কিছুমান মনোমোহা ফটো মোৰ পেজত শ্বেয়াৰ কৰিম৷’—প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

***

AKT/AK/MS


(ৰিলিজ আই ডি : 1563569) অতিথি কক্ষ : 88