কেবিনেট

ভাৰত আৰু মৰক্কোৰ মাজত বিমান সেৱা চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন

Posted On: 29 AUG 2018 1:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু মৰক্কোৰ মাজত প্রস্তাৱিত সংশোধিত বিমান সেৱা চুক্তি অনুমোদন জনায়এই নতুন চুক্তি কার্যকৰলে দুয়ো দেশৰ মাজত যোৱা ২০০৪ চনৰ বিমান চলাচল সংক্রান্তীয় পুৰণি চুক্তিখন বাতিল

এই বিমান সেৱা চুক্তিখনে ভাৰত আৰু মৰক্কৰ অসামৰিক বিমান চলাচল ক্ষেত্র বিশেষ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিবইয়াৰ ফল দুয়ো দেশৰ মাজত ব্যসা-বাণিজ্য, বিনিয়োগ, পর্যটন আৰু সাংস্কৃতিক ক্ষেত্র আদান-প্রদান আৰু অধিক বৃদ্ধি পাবএই চুক্তিয়ে মসৃণ যোগাযোগৰ এক পৰিৱেশ গঢ় দিয়াৰ লগতে বাণিজ্যিক দিশৰ পৰাও ভাৰত আৰু মৰক্কোৰ বিমান সংস্থাসমূহ লাভ্বিত

এই চুক্তিৰ প্ৰধান বৈশিষ্ট্যসমূহ- দুয়ো দেশৰ বিমান সংস্থাসমূহে বিভিন্ন ধৰণৰ সেৱাৰ বাবে কোড বিনিময় কৰিব পাৰিবব্যসা বৃদ্ধিত দুয়ো দেশৰ বিমান সংস্থাসমূহে সমবায় ভিত্তিত বিপণনৰ বাবে নিজৰ মাজত অথবা তৃতীয় পক্ষৰ সৈতে কা কৰিব পাৰিবতদুপৰি, দুয়ো দেশৰ ৬খনকৈ হৰৰ যাতায়াতৰ বাবে বিমান সংস্থাসমূহে সংখ্য বিমান চলা পাৰিভাৰতৰ বিমান সংস্থাসমূহে মৰক্কোৰ কাছাব্লাংকা, ৰাৱাট, মাৰাকেশ, আগাডি, তাংগীয়েআৰু ফেজ আৰু মৰক্কো বিমান সংস্থাসমূহে ভাৰতৰ দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, াংগালুৰু আৰু হায়দৰাবাদ বিমান চলাচল কৰিব পাৰি বিমান সেৱা চুক্তিত লগতে এইটোও ব্যৱস্থা কৰা হৈছে যে যদিহে বিমান চলাচলৰ কৰ্তৃপক্ষই, সন্মত সেৱাৰ মুখ্য পৰিচালন ব্যৱস্থাৱলী, বাণিজ্যিক সুযোগ-সুবিধা, সুৰক্ষা াৰু নিৰাপত্তাজনিত কাৰণত ভাৰতীয় বিমান সেৱা চুক্তিৰ আৰ্হিত নপৰে, তেন্তে তেনে চুক্তি প্ৰত্যাহাৰ অথবা নিলম্বন কৰিব পাৰিব।

উল্লেখ্য যে ভাৰত আৰু মৰক্কোৰ মাজত অসামৰিক বিমাণ পৰিবহণ ক্ষেত্ৰৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আৰু দুয়োখন সাৰ্বভৌম ৰাষ্ট্ৰৰ মাজত মসৃণ বিমান যোগাযোগ সুনিশ্চিত কৰিবলৈ পূৰ্বৰ চুক্তিত প্ৰাধান্য নোপোনা সুৰক্ষা, নিৰাপত্তা, বাণিজ্যিক কাম-কাজৰ লগতে ভাড়া ইত্যাদি দিশত আপডেট কৰি এই চুক্তিখন সংশোধিত ৰূপত স্বাক্ষৰ কৰা হৈছে।

*****

AKT/SNC/DB



(Release ID: 1544486) Visitor Counter : 79