প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফলাফলৰ তালিকাঃ পোলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ

পোষ্ট কৰা হৈছে: 22 OCT 2026 3:15PM by PIB Guwahati

ঘোষণাসমূহ:

ক্ৰমিক নং

শিৰোণাম

ক্ষেত্ৰ

১.

২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য

বাণিজ্য

২.

দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি মৈত্ৰী(চিডিআৰআই)ত পোলেণ্ডৰ যোগদান

দুৰ্যোগ ব্যৱস্থাপনা

৩.

প্ৰতিৰক্ষা উদ্যোগ আলোচনা গঠন

প্ৰতিৰক্ষা

৪.

সন্ত্ৰাসবাদবিৰোধী বিষয়ক আলোচনা অনুষ্ঠিত কৰাত সন্মতি

সন্ত্ৰাসবাদ বিৰোধী

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2327124) অতিথি কক্ষ : 4