প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক জয় কৰা ৰোহিত কুমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 21 OCT 2026 9:26PM by PIB Guwahati

এছিয়ান পেৰা গেমছ ২০২৬-ত পুৰুষৰ ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰ'ক এছবি ৪ ইভেণ্টত এক আকৰ্ষণীয় সময়ৰ সৈতে ব্ৰঞ্জৰ পদক জয় কৰা ৰোহিত কুমাৰক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জনাইছে।

শ্ৰী মোদীয়ে কয় যে প্ৰথমবাৰতে তেওঁৰ পদক জয়ে এই কৃতিত্বক বিশেষ কৰি তুলিছে। ৰোহিতক তেওঁৰ বিস্ময়কৰ প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

"ৰোহিত কুমাৰৰ বাবে এক স্মৰণীয় আত্মপ্ৰকাশ! এছিয়ান পেৰা গেমছ ২০২৬-ত পুৰুষৰ ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰ'ক এছ বি ৪ ইভেণ্টত তেওঁ এক আকৰ্ষণীয় সময়ৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰথমবাৰতে তেওঁৰ পদক জয়ে এই কৃতিত্বক বিশেষ কৰি তুলিছে। ৰোহিতক তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰশংসাঃ প্ৰধানমন্ত্ৰী

***

MJPS/SS/PRK/HS


(ৰিলিজ আই ডি : 2326481) অতিথি কক্ষ : 3