প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন টিম ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে ঐশ্বৰ্য প্ৰতাপ সিং তোমৰ, নীৰজ কুমাৰ আৰু ৰুদ্ৰাংক্ষ পাটিলক প্ৰধানমন্ত্ৰীয়ে জনালে অভিনন্দন

পোষ্ট কৰা হৈছে: 25 SEP 2026 11:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন টিম ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে ঐশ্বৰ্য প্ৰতাপ সিং তোমৰ, নীৰজ কুমাৰ আৰু ৰুদ্ৰাংক্ষ পাটিলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ একাগ্ৰতা, নিখুঁততা আৰু সংযমে দেশবাসীক গৌৰৱান্বিত কৰিছে।

শ্ৰী মোদীয়ে তেওঁলোকক আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে :

"এছিয়ান গেমছত পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন টিম ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে ঐশ্বৰ্য প্ৰতাপ সিং তোমৰ, নীৰজ কুমাৰ আৰু ৰুদ্ৰাংক্ষ পাটিলক অভিনন্দন। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ একাগ্ৰতা, নিখুঁততা আৰু সংযমে দেশবাসীক গৌৰৱান্বিত কৰিছে। আগন্তুক প্ৰচেষ্টাৰ বাবে তেওঁলোকক শুভেচ্ছা জনালোঁ"

 

PM @narendramodi"

 

***

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2315502) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Kannada