প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এটা খৰ্গযুক্ত গঁড়ৰ সংৰক্ষণৰ দিশত আলোকপাত কৰা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্র যাদৱৰ প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
23 SEP 2026 2:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্র যাদৱৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ গঁড়ৰ কাহিনী হৈছে এই প্ৰজাতিৰ এক উল্লেখযোগ্য পুনৰুদ্ধাৰ। তেওঁ লগতে কয় যে গঁড়ৰ সংখ্যাৰ ধাৰাবাহিক বৃদ্ধিৰ সৈতে ভাৰত এতিয়া এটা খৰ্গযুক্ত গঁড়ৰ বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰক্ষকসকলৰ অন্যতম আৰু এই প্ৰজাতিটো বৰ্তাই ৰখা ঘাঁহনি আৰু জলাশয়সমূহ সুৰক্ষিত কৰাটো ইয়াৰ ভৱিষ্যতৰ কেন্দ্ৰীয় বিষয়। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰবন্ধটোৱে চৰকাৰৰ প্ৰচেষ্টাই কেনেদৰে সংৰক্ষণ যাত্ৰাক শক্তিশালী কৰিছে, সেই বিষয়ে আলোকপাত কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছেঃ
‘ভাৰতৰ গঁড়ৰ কাহিনী হৈছে এই প্ৰজাতিৰ এক উল্লেখযোগ্য পুনৰুদ্ধাৰ।
গঁড়ৰ সংখ্যাৰ ধাৰাবাহিক বৃদ্ধিৰ সৈতে ভাৰত এতিয়া এটা খৰ্গযুক্ত গঁড়ৰ বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰক্ষকসকলৰ অন্যতম আৰু এই প্ৰজাতিটো বৰ্তাই ৰখা ঘাঁহনি আৰু জলাশয়সমূহ সুৰক্ষিত কৰাটো ইয়াৰ ভৱিষ্যতৰ কেন্দ্ৰীয় বিষয়।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @byadavbjp ৰ এই প্ৰবন্ধটোৱে চৰকাৰৰ প্ৰচেষ্টাই কেনেদৰে সংৰক্ষণ যাত্ৰাক শক্তিশালী কৰিছে, সেই দিশত আলোকপাত কৰিছে।’
****
MJPS/SS/PRK/HS
(ৰিলিজ আই ডি : 2313922)
অতিথি কক্ষ : 5