প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্ৰিকছ ২০২৬ৰ বাবে ভাৰতৰ প্ৰস্তুতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 10 SEP 2026 6:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ ২০২৬ৰ বাবে ভাৰতৰ পূৰ্ণ প্ৰস্তুতিৰ কথা উল্লেখ কৰে।

 

'X'ত কৰা এটা প’ষ্টত শ্ৰী মোদীয়ে কয়;

 

“ব্ৰিকছ ২০২৬ৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ!”


@BricsIndia2026”

*************

MJPS/SS/ST/DB


(ৰিলিজ আই ডি : 2309355) অতিথি কক্ষ : 8