ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

২০২৬ চনৰ ৩ৰ পৰা ৫ আগষ্টলৈ ওড়িশা ভ্ৰমণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

পোষ্ট কৰা হৈছে: 02 AUG 2026 12:53PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৬ চনৰ ৩ আগষ্টৰ পৰা ৫ আগষ্টলৈ ওড়িশা ভ্ৰমণ কৰিব।

৩ আগষ্টত ৰাষ্ট্ৰপতিয়ে কটকত জগদগুৰু কৃপালু বিশ্ববিদ্যালয় উদ্বোধন কৰিব।

অহা ৪ আগষ্টত ভুৱনেশ্বৰৰ পৰা বেৰহামপুৰলৈ ৰে'লৰে যাত্ৰা কৰি মা কান্ধুনী দেৱী মন্দিৰ তথা তপতাপানীৰ শিৱ মন্দিৰ দৰ্শন কৰাৰ লগতে আৰতি কৰিব।

***

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2293745) অতিথি কক্ষ : 46