প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কমনৱেলথ গেমছ ২০২৬ ত ৰূপৰ পদক জয় কৰাৰ বাবে শ্ৰীশংকৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

प्रविष्टि तिथि: 30 JUL 2026 5:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ গ্লাছগো কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰাৰ বাবে শ্ৰীশংকৰক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰদৰ্শনক ব্যতিক্ৰমী বুলি বৰ্ণনা কৰে আৰু উল্লেখ কৰে যে এই পদকটো তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰে আহিছে।

শ্ৰী মোদীয়ে কয় যে শ্ৰীশংকৰৰ সফলতাই বহু যুৱক-যুৱতীক এথলেটিকছত উৎকৃষ্টতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিব। প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

‘শ্ৰীশংকৰৰ বাবে এক অসাধাৰণ ৰূপৰ পদক! কি এক ব্যতিক্ৰমী প্ৰদৰ্শন! সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ সৈতে পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন। তেওঁৰ সফলতাই বহু যুৱক-যুৱতীক এথলেটিকছত উৎকৃষ্টতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিব। তেওঁৰ অনাগত  প্ৰচেষ্টাসমূহৰ বাবে মোৰ শুভেচ্ছা। #CWG2026’

 

An outstanding Silver for Sreeshankar! What an exceptional performance!

Congratulations to him on winning the medal and that too with his best leap. His success will motivate several youngsters to pursue excellence in athletics. My best wishes for his upcoming endeavours.…

— Narendra Modi (@narendramodi) July 30, 2026

 

*****

MJPS/SS/ST/MK


(रिलीज़ आईडी: 2292215) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Telugu , Malayalam