ৰাজ্যসভা সচিবালয়
ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি ৰাজ্যসভাৰ চেম্বাৰত নৱনিৰ্বাচিত/পুনঃনিৰ্বাচিত সদস্যসকলক শপতগ্ৰহণ কৰোৱায়
प्रविष्टि तिथि:
20 JUL 2026 1:55PM by PIB Guwahati
ৰাজ্যসভাৰ মাননীয় অধ্যক্ষ শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি ৰাজ্যসভাৰ চেম্বাৰত নৱনিৰ্বাচিত/পুনঃনিৰ্বাচিত নজন সদস্যক শপতগ্ৰহণ কৰোৱায়। তেওঁলোক হৈছে যাক্ৰমে ডঃ মুকেশভাই জে ৰাথোৱা, শ্ৰী পৱন খেড়া, শ্ৰী মহেশ কেৱাট, শ্ৰী জেমছ পাংছাং কংকল চাংমা, শ্ৰী খিয়াংতে লালটলুয়াংকিমা, ড° সতীশ পুনিয়া, শ্ৰী প্ৰকাশ চিক বৰাইক, শ্ৰীমতী সুষ্মিতা দেৱ, আৰু শ্ৰী সুখেন্দু শেখৰ সত্যজিৎ।
পাঁচজন সদস্যই হিন্দীত, দুজনে ইংৰাজীত আৰু দুজনে বাংলা ভাষাত শপত গ্ৰহণ কৰে। শপতগ্ৰ কৰাসকলৰ ভিতৰত তিনিজন সদস্য পশ্চিমবংগৰ আৰু এজনকৈ সদস্য গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ, মেঘালয়, মিজোৰাম, আৰু ৰাজস্থানৰ।
.
******
RKK/DM
(रिलीज़ आईडी: 2287492)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam