প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ বিশিষ্ট উদ্যোগপতি শ্ৰী ৰবি কান্তৰ
পোষ্ট কৰা হৈছে:
18 JUL 2026 10:25PM by PIB Guwahati
বিশিষ্ট উদ্যোগপতি শ্ৰী ৰবি কান্তে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি তেওঁৰ ‘লিডিং ফ্ৰম দ্য বেক- টু এচিভ দ্য ইম্প’চিবল’ নামৰ গ্ৰন্থখন প্ৰদান কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰে;
বিশিষ্ট উদ্যোগপতি শ্ৰী ৰবি কান্তে আজি প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰি তেওঁৰ গ্ৰন্থ 'লিডিং ফ্ৰম দ্য বেক- টু এচিভ দ্য ইম্পচিয়েল' প্ৰদান কৰে।
*******
MJPS/SS/VJ/KD
(ৰিলিজ আই ডি : 2286257)
অতিথি কক্ষ : 35
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam