প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰভু জগন্নাথৰ ওপৰত বিশ্বাস ব্যক্ত থকা ৰাষ্ট্ৰপতিৰ প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 16 JUL 2026 2:25PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শৈশৱৰ স্মৃতিৰ পৰা আৰম্ভ কৰি তেওঁৰ জীৱনক গঢ় দিয়া আধ্যাত্মিক অভিজ্ঞতালৈকে মহাপ্রভু জগন্নাথৰ প্ৰতি তেওঁৰ জীৱনজোৰা ভক্তিৰ ব্যাখ্যাৰে লিখা এটা প্ৰবন্ধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেয়াৰ কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ইয়াত ৰাষ্ট্ৰপতিয়ে ৰথ যাত্ৰাৰ বিশালতা আৰু জনসাধাৰণৰ সেৱাৰ প্ৰতি অৰ্পিত তেওঁৰ যাত্ৰাত পথ প্ৰদৰ্শন কৰি থকা বিশ্বাসৰ বিষয়ে লিখিছে।

 

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

 

এক গভীৰ ব্যক্তিগত অনুভৱৰ প্ৰতিফলনত, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শৈশৱৰ স্মৃতিৰ পৰা আৰম্ভ কৰি তেওঁৰ জীৱনক গঢ় দিয়া আধ্যাত্মিক অভিজ্ঞতালৈকে মহাপ্রভু জগন্নাথৰ প্ৰতি তেওঁৰ জীৱনজোৰা ভক্তিৰ ব্যাখ্যা কৰে।

 

তেওঁ ৰথ যাত্ৰাৰ বিশালতা আৰু জনসাধাৰণৰ সেৱাত উৎসর্গিত তেওঁৰ যাত্ৰাত পথ প্ৰদৰ্শন কৰি থকা বিশ্বাসৰ বিষয়ে লিখিছে।

@rashtrapatibhvn

hindustantimes.com/opinion/puri-rath-yatra-on-odisha-puris-grand-road-a-devotees-submission-101784133943590.html

***

MJPS/SS/VJ/DD


(रिलीज़ आईडी: 2285425) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Punjabi , Gujarati , Telugu , Malayalam