ৰাষ্ট্ৰপতি সচিবালয়
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৩০জুনৰ পৰা ১জুলাইলৈ অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব
प्रविष्टि तिथि:
29 JUN 2026 6:57PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৬ চনৰ ৩০ জুনৰ পৰা ১ জুলাইলৈকে অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব।
৩০জুনত ৰাষ্ট্ৰপতিয়ে অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমত অন্ধ্ৰপ্ৰদেশৰ কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
১ জুলাইত ৰাষ্ট্ৰপতিয়ে অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰমত অন্ধ্ৰপ্ৰদেশ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
******
MJPS/SS/PRK/MK
(रिलीज़ आईडी: 2279711)
आगंतुक पटल : 34