প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰতিটো লক্ষ্যত উপনীত হ’বলৈ একতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
प्रविष्टि तिथि:
30 JUN 2026 11:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰেঃ
“समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्।
समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि॥"
আমাৰ সংকল্প, চিন্তা আৰু আৱেগ একগোট হলে প্ৰতিটো প্ৰচেষ্টা সফল হয় আৰু আমি ভাৰতবৰ্ষৰ প্ৰতিটো লক্ষ্য প্ৰাপ্ত কৰিবলৈ একতাৰে আগবাঢ়ি যোৱা উচিত বুলি এই সুভাশিতমটোত গুৰুত্ব আৰোপ কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
যেতিয়া আমাৰ সংকল্প, চিন্তা আৰু মনৰ অনুভূতি একগোট হয়, তেতিয়া প্ৰতিটো কৰ্মই সফল হয়। আহক আমি একতাৰে আগবাঢ়ি যাওঁ আৰু একেলগে ভাৰতবৰ্ষৰ প্ৰতিটো লক্ষ্যত উপনীত হওঁ।
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्।
समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि॥
***
MJPS/SS/VJ/MK
(रिलीज़ आईडी: 2279649)
आगंतुक पटल : 5