ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

দ্বিতীয় অসামৰিক বঁটা প্ৰদান অনুষ্ঠানত ২০২৬ বৰ্ষৰ পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

प्रविष्टि तिथि: 23 JUN 2026 8:18PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি(২৩ জুন, ২০২৬) ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত দ্বিতীয় অসামৰিক বঁটা প্ৰদান অনুষ্ঠানত ২০২৬ বৰ্ষৰ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Click here to see the List of Awardees

***

MJPS/SS/VJ/DB


(रिलीज़ आईडी: 2277283) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Malayalam , English , Urdu , Marathi , हिन्दी , Gujarati , Odia , Kannada