প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰীমতী ভাৱনাবেন পেটেলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
22 JUN 2026 1:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয়শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ প্ৰশাসক শ্ৰী প্ৰভুলভাই পেটেলৰ পত্নী শ্ৰীমতী ভাৱনাবেন পেটেলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ বহু বছৰ ধৰি পৰিয়ালটোৰ সৈতে এক ঘনিষ্ঠ পৰিচিতি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিছিল।
শ্ৰী মোদীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু প্ৰয়াত আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
***
MJPS/SS/ST/HS
(ৰিলিজ আই ডি : 2276884)
অতিথি কক্ষ : 47
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam