প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ জন্মদিনত ৰাষ্ট্ৰপতিৰ সৈতে তেওঁৰ নিজৰ গাঁও ওড়িশাৰ পাহাৰপুৰ গাঁও ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

प्रविष्टि तिथि: 20 JUN 2026 8:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ  জন্মদিনত  ৰাষ্ট্ৰপতিৰ সৈতে ওড়িশাৰ পাহাৰপুৰ গাঁও ভ্ৰমণ কৰিলে  প্ৰধানমন্ত্ৰী মোদীয়ে ।

ওড়িশাৰ পাহাৰপুৰ গাঁৱত উপস্থিত হৈ  প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক  জন্মদিন উপলক্ষ্যে শুভেচ্ছা জনায়। ।

প্ৰধানমন্ত্ৰীয়ে পাহাৰপুৰক  ৰাষ্ট্ৰপতিৰ গাঁও বুলি উল্লেখ কৰি কয় যে তেওঁ কৰা কাম সঁচা অৰ্থত প্ৰেৰণাদায়ক।

শ্ৰী মোদীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ  দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এইবুলি  লিখিছে;

“ৰাষ্ট্ৰপতি জীৰ সৈতে তেওঁৰ ওড়িশাৰ পাহাৰপুৰ গাঁৱত উপস্থিত হৈ তেওঁক  জন্মদিনৰ শুভেচ্ছা জনালো।এইখন তেওঁৰ গাঁও আৰু তেওঁ যি কাম কৰিছে সেয়া সঁচাকৈয়ে প্ৰেৰণাদায়ক।

তেওঁৰ  দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা জনাইছো ।

@rashtrapatibhvn”

 

***

MJPS/SS/ST/DM


(रिलीज़ आईडी: 2275925) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati