প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে যোগৰ বিশ্বমুখী যাত্ৰা আৰু চিৰস্থায়ী ঐতিহ্যৰ বিষয়ত লিখা এটা প্ৰবন্ধ
পোষ্ট কৰা হৈছে:
18 JUN 2026 5:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত প্ৰতাপৰাও জাধৱে লিখা এটা লেখা শ্বেয়াৰ কৰিছে।
প্ৰবন্ধটোত যোগাসন ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যত শিপাই থকাৰ লগতে প্ৰাচীন শাস্ত্ৰৰ পৰা আৰম্ভ কৰি বিশ্ব স্বীকৃতিলৈকে সীমা অতিক্ৰম কৰি কেনেকৈ যাত্ৰা কৰিছে সেই বিষয়ে বিশদভাৱে উল্লেখ কৰা হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে আজি বিশ্বজুৰি যোগৰ উদযাপনে এই কালজয়ী পৰম্পৰাৰ নৱীকৃত প্ৰশংসাৰ কথাই প্ৰতিফলিত কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;
"কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত প্ৰতাপৰাও জাধৱেলিখা লেখাটোত বিশদভাৱে কৈছে যে কেনেকৈ প্ৰাচীন শাস্ত্ৰৰ পৰা বিশ্বব্যাপী স্বীকৃতিলৈকে যোগে সীমা অতিক্ৰম কৰি ভাৰতৰ আধ্যাত্মিক তথা সাংস্কৃতিক ঐতিহ্যত শিপাই আছে।আজি ইয়াৰ বিশ্বব্যাপী উদযাপনে এই কালজয়ী পৰম্পৰাৰ নৱীকৃত প্ৰশংসাকেই প্ৰতিফলিত কৰিছে।"
*******
MJPS/SS/ST/DM
(ৰিলিজ আই ডি : 2274959)
অতিথি কক্ষ : 44
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam