প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ফ্ৰান্স ভ্ৰমণ
प्रविष्टि तिथि:
14 JUN 2026 9:32PM by PIB Guwahati
|
ক্ৰমিক নং
|
বুজাবুজি চুক্তি/চুক্তি/ঘোষণা
|
এলেকা
|
|
১.
|
ভাৰত-ফ্ৰান্স উদ্ভাৱনী পৰিকল্পনা ২০৩০ গ্ৰহণ
|
প্ৰযুক্তি আৰু উদ্ভাৱন, গৱেষণা আৰু শিক্ষা
|
|
২.
|
এআই প্ৰশাসন সন্দৰ্ভত গুৰুত্ব দিয়া এক যুটীয়া ভাৰত-ফ্ৰান্স এআই কাৰ্যগোটৰ সৃষ্টি
|
|
৩.
|
কানপুৰৰ এন এছ টি আই-ত এৰোনটিক্স আৰু আনুষংগিক ক্ষেত্ৰত দক্ষতাৰ বাবে এক ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰ
|
|
৪.
|
ফ্ৰান্সত ভাৰতৰ ৰিয়েল-টাইম পেমেণ্ট প্ৰণালী-ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউ পি আই)-ব্যৱহাৰৰ বাবে সম্প্ৰসাৰিত সম্ভাৱনাসমূহ
|
|
৫.
|
ষ্টেচন এফ-ত অতিৰিক্ত ১০টা ভাৰতীয় ষ্টাৰ্টআপৰ সূচনা।
|
|
৬.
|
বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ(ডিএছটি) আৰু ইনষ্টিটিউট নেচনেল ডি ৰিচাৰ্চ এন ছায়েন্স এণ্ড টেকন'লজি ডু নিউমেৰিক (আইএনআৰআইএ) ৰ মাজত ডিজিটেল বিজ্ঞান কেন্দ্ৰ স্থাপন
|
|
৭.
|
ইউনিভাৰ্ছিট পেৰিছ-ছেক্লেত "এআই, উদ্ভাৱন আৰু সংস্কৃতি" সন্দৰ্ভত আই চি চি আৰ ইণ্ডিয়া চেয়াৰ স্থাপন
|
|
৮.
|
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) আৰু ফ্ৰান্সৰ স্বাস্থ্য তথ্য কেন্দ্ৰৰ মাজত অভিপ্ৰায় পত্ৰ
|
|
৯.
|
বৰ্তমানৰ অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাৰ আধাৰত অহা পাঁচ বছৰৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য পূৰণৰ বাবে এক উচ্চ পৰ্যায়ৰ ব্যৱস্থা স্থাপন কৰা
|
বাণিজ্য, বিনিয়োগ আৰু যোগান শৃংখলা
|
|
১০ .
|
এক অৰ্থনৈতিক সুৰক্ষা আলোচনাৰ প্ৰতিষ্ঠান
|
|
১১ .
|
ভাৰতত ৰে'লৱে আৰু দ্ৰুত গতিৰ ৰে'লৱে উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ উদ্দেশ্যৰ ঘোষণা
|
|
১২.
|
শ্ৰেণীবদ্ধ তথ্যৰ বিনিময় আৰু সুৰক্ষা সন্দৰ্ভত সাধাৰণ সুৰক্ষা চুক্তি
|
কৌশলগত আৰু মহাকাশ খণ্ড
|
|
১৩ .
|
মাইক্ৰ'গ্ৰেভিটি গৱেষণা আৰু মানৱ মহাকাশ অন্বেষণৰ ক্ষেত্ৰত সহযোগিতাৰ সন্দৰ্ভত ইছৰো আৰু চি এন ই এছ-ৰ মাজত অভিপ্ৰায় পত্ৰ
|
***
MJPS/SS/ST/DD
(रिलीज़ आईडी: 2273047)
आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam