প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ বৈঠক অনুষ্ঠিত

प्रविष्टि तिथि: 06 JUN 2026 6:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত  আজি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়।  প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৈঠকত ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তন আৰু দীৰ্ঘম্যাদী উন্নয়নৰ অগ্ৰাধিকাৰৰ সৈতে জড়িত বহু  বিষয়কলৈ আলোচনা কৰা হয়।

শ্ৰী মোদীয়ে কয় যে  সংস্কাৰ যাত্ৰাত অধিক গতিশীলতা যোগ কৰা আৰু ‘জীৱন সহজ’ কৰি তোলাৰ  লগতে ‘ব্যৱসায় সহজ কৰি তোলা’ ৰ ক্ষেত্ৰতো বৈঠকত  আলোকপাত কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

"প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ এখন বৈঠকত অধ্যক্ষতা কৰিলো। ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তন আৰু দীৰ্ঘম্যাদী উন্নয়নৰ অগ্ৰাধিকাৰৰ সৈতে জড়িত বিস্তৃত বিষয়সমূহত আলোচনা কৰিলো। লগতে সংস্কাৰ যাত্ৰাত অধিক গতি যোগ কৰা তথা  ‘জীৱন সহজ কৰি ’ তোলাটো  নিশ্চিত কৰাৰ উপৰি  ‘ব্যৱসায় সহজ কৰি তোলা’ ৰ দৃষ্টিভংগীও ভাগ-বাটোৱাৰা কৰা হয়।"

@EACtoPM"

 

***

MJPS/SS/PRK/DM


(रिलीज़ आईडी: 2269848) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Gujarati , Tamil , Telugu , Telugu , Kannada , Malayalam