প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰজ্ঞানন্দক তেওঁৰ এই উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
06 JUN 2026 2:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰজ্ঞানন্দক তেওঁৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এয়া সঁচাকৈয়ে এক অবিশ্বাস্য মাইলৰ খুঁটি, যিয়ে তেওঁৰ অবিৰত উৎকৰ্ষতাক উজ্জ্বল কৰি তুলিছে।
শ্ৰীযুত মোদীয়ে তেওঁক ভৱিষ্যতৰ প্ৰয়াসৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"প্ৰজ্ঞানন্দলৈ এই উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন!
এইটো সঁচাকৈয়ে এক অবিশ্বাস্য মাইলৰ খুঁটি যিয়ে, তেওঁৰ অবিৰত উৎকৰ্ষতাক উজ্জ্বল কৰি তুলিছে।
তেখেতৰ ভৱিষ্যতৰ প্ৰয়াসৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
@rpraggnachess"
***
MJPS/SS/PRK/DM
(रिलीज़ आईडी: 2269845)
आगंतुक पटल : 44
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada