প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰত-ওমান চিইপিএ আৰু ইয়াৰ লাভালাভ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ এটা প্ৰবন্ধ শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
01 JUN 2026 12:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
এই প্ৰবন্ধটোত ভাৰত-ওমান ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চিইপিএ)য়ে কেনেদৰে ভাৰতীয় ৰপ্তানিকাৰীসকলক বজাৰত বৈচিত্ৰতা অনা, কৰ্মসংস্থাপন বৃদ্ধি কৰা, কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু দুয়োখন দেশৰ মাজৰ অংশীদাৰীত্ব বৃদ্ধি কৰাৰ সুযোগ প্ৰদান কৰে, সেই বিষয়ে আলোকপাত কৰা হৈছে। ইয়াৰ লগতে উন্নত দেশসমূহৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাই প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন উন্নত কৰাত কিদৰে সহায় কৰে, সেই সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত লিখিছে;
‘এই প্ৰবন্ধটোত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @PiyushGoyal-এ ভাৰত-ওমান চিইপিএয়ে কেনেদৰে ভাৰতীয় ৰপ্তানিকাৰীসকলক বজাৰত বৈচিত্ৰতা অনা, কৰ্মসংস্থাপন বৃদ্ধি কৰা, কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু দুয়োখন দেশৰ মাজত অংশীদাৰীত্ব বৃদ্ধি কৰাৰ সুযোগ প্ৰদান কৰে, সেই বিষয়ে আলোকপাত কৰিছে।
তেওঁ গুৰুত্ব আৰোপ কৰে যে উন্নত দেশসমূহৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাই প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন উন্নত কৰাত সহায় কৰে।’
*****
MJPS/SS/ST/NB
(ৰিলিজ আই ডি : 2267504)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam