প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰৰ ছাংলীত দেৱাল ভাঙি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
12 MAY 2026 11:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ ছাংলীত দেৱাল ভাঙি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে। এই শোকাৱহ ঘটনাত আপোনজনক হেৰুওৱা পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে আহতসকলে শীঘ্ৰে আৰোগ্য লাভৰ বাবেও প্ৰাৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
“মহাৰাষ্ট্ৰৰ ছাংলীত দেৱাল ভাঙি পৰাৰ ফলত বহুতে প্ৰাণ হেৰুওৱাৰ খবৰ পাই মই গভীৰভাবে মৰ্মাহত হৈছো ।এই শোকৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালসমূহলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।আহতসকলে অতি শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনাইছো: প্ৰধানমন্ত্ৰী @narendramodi”
***
MJPS/SS/VJ/DM
(ৰিলিজ আই ডি : 2260528)
অতিথি কক্ষ : 15