গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

আমাৰ মানুহবোৰক হেৰুওৱাৰ দুখ আৰু বেদনা এতিয়াও প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আছে

মানৱতাৰ আটাইতকৈ ডাঙৰ শত্ৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি যুঁজাৰ লগতে ইয়াক পৰাজিত কৰিবলৈ একত্ৰিত হৈ থিয় দিব লাগিব

ভাৰতে সন্ত্ৰাসবাদ আৰু ইয়াক আশ্ৰয় দিয়া লোকসকলৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অব্যাহত ৰাখিব

পোষ্ট কৰা হৈছে: 22 APR 2026 10:05AM by PIB Guwahati

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰথম বাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভুক্তভোগীসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে আমাৰ মানুহবোৰক হেৰুওৱাৰ দুখ আৰু বেদনা এতিয়াও প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আছে।

এক্স-ত এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, " যোৱা বছৰৰ এই দিনটোত  ভয়ংকৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত আমি হেৰুওৱা নিৰীহ লোকসকলক আন্তৰিকতাৰে স্মৰণ কৰিছো। আমাৰ মানুহবোৰক হেৰুওৱাৰ দুখ আৰু বেদনা এতিয়াও প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আছে। সন্ত্ৰাসবাদ হৈছে মানৱতাৰ আটাইতকৈ ডাঙৰ শত্ৰু, যাৰ বিৰুদ্ধে আমি যুঁজিবলৈ আৰু ইয়াক পৰাজিত কৰিবলৈ একত্ৰিত হৈ থিয় দিব লাগিব। ভাৰতে সন্ত্ৰাসবাদ আৰু ইয়াক আশ্ৰয় দিয়া লোকসকলৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অব্যাহত ৰাখিব।"

এই দিনটোত, আমি যোৱা বছৰৰ ভয়ংকৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত হেৰুওৱা নিৰীহ লোকসকলক আন্তৰিকতাৰে স্মৰণ কৰোঁ। আমাৰ মানুহবোৰক হেৰুওৱাৰ দুখ আৰু বেদনা এতিয়াও প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আছে। সন্ত্ৰাসবাদ হৈছে মানৱতাৰ আটাইতকৈ ডাঙৰ শত্ৰু, যাৰ বিৰুদ্ধে আমি একত্ৰিত হৈ থিয় দিব লাগিব...

— Amit Shah (@AmitShah) April 22, 2026

 

****

RK/PR/PS/DD


(ৰিলিজ আই ডি : 2254394) অতিথি কক্ষ : 6