প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মথুৰাৰ নাও দুৰ্ঘটনাত নিহতসকলৰ বাবে এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
10 APR 2026 11:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঘোষণা কৰে যে মথুৰাৰ নাও দুৰ্ঘটনাত নিহত প্ৰতিজন ব্যক্তিৰ আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত শ্বেয়াৰ কৰিছে:
"প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্য দিয়া হ'ব। আনহাতে আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব।"
***
MJPS/PRK/KD
(ৰিলিজ আই ডি : 2251285)
অতিথি কক্ষ : 7